Tag: india

Browse our exclusive articles!

বিজ্ঞান প্ৰতিযোগিতাত PM Shri চিৰাজুল হক হাইস্কুলৰ উজ্বল সাফল্য

বেছিমাৰী ব্লক পৰ্যায়ত মডেল প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন ছেমিমা ইয়াচমিন আৰু আৰিফা খাতুনৰ, জিলা পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত

পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…

পানী নোখোৱাটো বেয়া অভ্যাস! আনহাতে খাদ্য খোৱাৰ লগে লগে পানী খালে পাচনতন্ত্ৰৰ অসুবিধা হয়। খোৱাপানীৰ বিষয়ে বহুতো ধাৰণা আছে। শৰীৰৰ সঠিক কাম-কাজৰ বাবে পানী...

গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…

গ্ৰীষ্মকালত শৰীৰটো ভালে ৰাখিব বিচাৰিলে শাক-পাচলি খাব লাগে। বজাৰত বতৰৰ শাক-পাচলিৰ অভাৱ নাই। যি হাৰত তাপ বাঢ়িছে, সেই হাৰত ভিতৰৰ পৰা শৰীৰটো শীতল কৰি...

বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…

দ্বিতীয়বাৰৰ বাবে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। কিন্তু এইবাৰ  নিজ দেশত নহয়। এই অনুষ্ঠান বিদেশত অনুষ্ঠিত হ'ব। কেৱল এখন...

চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…

ৰাজহুৱা খণ্ডৰ বেংকিং প্ৰতিষ্ঠান ইউকো বেংকে চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ অনুৎপাদক সম্পত্তিৰ (এনপিএ) পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে।...

মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…

পুৰুষতকৈ মহিলাসকলে অধিক দুৰ্বল স্বাস্থ্যৰ সমস্যাত ভুগিবলগীয়া হয়। বিশ্বজনীন লিংগ স্বাস্থ্যৰ ব্যৱধানৰ ভিত্তিত কৰা বিশ্লেষণে এই কথা প্ৰকাশ কৰিছে। বিশ্বজনীন লিংগ স্বাস্থ্যৰ ব্যৱধানৰ ওপৰত...

Popular

ঘগ্রাপাৰৰ ৮৫৮ নং নিজখগটা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’, ঘৰুৱা পাচলি বিক্ৰীৰে জীৱনমুখী শিক্ষাৰ পাঠ

ঘগ্রাপাৰৰ ৮৫৮ নং নিজখগটা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী 'শনিবৰীয়া বজাৰ', ঘৰুৱা পাচলি বিক্ৰীৰে জীৱনমুখী শিক্ষাৰ পাঠ

পশ্চিম কাৰ্বি আংলঙৰ ওপৰ তৰাডুবি বৰঘাট নতুন গাঁৱত ৪৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সামৰণি

পশ্চিম কাৰ্বি আংলঙৰ ওপৰ তৰাডুবি বৰঘাট নতুন গাঁৱত ৪৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সামৰণি

বিজ্ঞান প্ৰতিযোগিতাত PM Shri চিৰাজুল হক হাইস্কুলৰ উজ্বল সাফল্য

বেছিমাৰী ব্লক পৰ্যায়ত মডেল প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন ছেমিমা ইয়াচমিন আৰু আৰিফা খাতুনৰ, জিলা পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত

লামডিং ৰেল জংচনত যাত্ৰীৰ হাহাকাৰঃ পাহাৰ লাইনৰ বান্দৰখালত মালবাহী ৰে’ল লাইনচ্যুত, ব্যাহত ৰে’ল চলাচল; ইখনৰ পিছত সিখনকৈ বাতিল গুৰুত্বপূৰ্ণ ৰে’ল, চৰম দুৰ্ভোগত শিলচৰ–আগৰতলাগামী যাত্ৰী

লামডিং ৰেল জংচনত যাত্ৰীৰ হাহাকাৰঃ পাহাৰ লাইনৰ বান্দৰখালত মালবাহী ৰে'ল লাইনচ্যুত, ব্যাহত ৰে'ল চলাচল; ইখনৰ পিছত সিখনকৈ বাতিল গুৰুত্বপূৰ্ণ ৰে'ল, চৰম দুৰ্ভোগত শিলচৰ–আগৰতলাগামী যাত্ৰী
spot_imgspot_img