Tag: india

Browse our exclusive articles!

বিজ্ঞান প্ৰতিযোগিতাত PM Shri চিৰাজুল হক হাইস্কুলৰ উজ্বল সাফল্য

বেছিমাৰী ব্লক পৰ্যায়ত মডেল প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন ছেমিমা ইয়াচমিন আৰু আৰিফা খাতুনৰ, জিলা পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰৰ মৃত্যু…

এক শোকাৱহ পথ দুর্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ শালমাৰি চাহ বাগিচাৰ বাসিন্দা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা...

এতিয়াৰে পৰা ৬৫বছৰৰ তলৰ আদহীয়াইহে পালিব পাৰিব গাওঁ প্ৰধানৰ দায়িত্ব…

বিশ্ববিদ্যালয় আৰু চিকিতসা মহাবিদ্যালয়ৰ অধ্যাপক বয়সৰ উৰ্ধসীমা বৃদ্ধি কৰাৰ বিপৰীতে এইবাৰ চৰকাৰে ৰাজ্যৰ গাওঁসমূহৰ পূৰ্বৰে পৰা গাওঁবুঢ়াৰূপে পৰিচিত গাওঁপ্ৰধান সকলৰ বয়সৰ উৰ্ধসীমা নিৰ্ধাৰণ কৰিছে।...

কংগ্ৰেছত শীঘ্ৰেই হ’ব গান্ধীৰাজৰ অৱসান!

উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছতেই চৰ্চালৈ আহিছে এক বিশেষ বিষয়, সলনি হ’ব নেকি ভাৰতীয় কংগ্ৰেছৰ মুৰব্বী...

জালুকবাৰী-ভূতনাৰ লগতে মহানগৰীৰ বিভিন্ন শিক্ষা- -প্ৰতিষ্ঠানৰ বাহনত পৰিবহণ বিভাগৰ তালাচি

৩খন যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ ৯০খনৰ বিৰুদ্ধে গোচৰ , বিদ্যালয় কতৃপক্ষলৈ ২০ মাৰ্চৰ ভিতৰত কৰ আদায়ৰ জাননী পৰিবহণ বিভাগৰ । যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে...

ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী

বিশ্বনাথ জিলাৰ ইটাখোলাতলৰ সমীপৰ ইন্দিৰা গান্দী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মজলীয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত...

Popular

ঘগ্রাপাৰৰ ৮৫৮ নং নিজখগটা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’, ঘৰুৱা পাচলি বিক্ৰীৰে জীৱনমুখী শিক্ষাৰ পাঠ

ঘগ্রাপাৰৰ ৮৫৮ নং নিজখগটা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী 'শনিবৰীয়া বজাৰ', ঘৰুৱা পাচলি বিক্ৰীৰে জীৱনমুখী শিক্ষাৰ পাঠ

পশ্চিম কাৰ্বি আংলঙৰ ওপৰ তৰাডুবি বৰঘাট নতুন গাঁৱত ৪৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সামৰণি

পশ্চিম কাৰ্বি আংলঙৰ ওপৰ তৰাডুবি বৰঘাট নতুন গাঁৱত ৪৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সামৰণি

বিজ্ঞান প্ৰতিযোগিতাত PM Shri চিৰাজুল হক হাইস্কুলৰ উজ্বল সাফল্য

বেছিমাৰী ব্লক পৰ্যায়ত মডেল প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন ছেমিমা ইয়াচমিন আৰু আৰিফা খাতুনৰ, জিলা পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত

লামডিং ৰেল জংচনত যাত্ৰীৰ হাহাকাৰঃ পাহাৰ লাইনৰ বান্দৰখালত মালবাহী ৰে’ল লাইনচ্যুত, ব্যাহত ৰে’ল চলাচল; ইখনৰ পিছত সিখনকৈ বাতিল গুৰুত্বপূৰ্ণ ৰে’ল, চৰম দুৰ্ভোগত শিলচৰ–আগৰতলাগামী যাত্ৰী

লামডিং ৰেল জংচনত যাত্ৰীৰ হাহাকাৰঃ পাহাৰ লাইনৰ বান্দৰখালত মালবাহী ৰে'ল লাইনচ্যুত, ব্যাহত ৰে'ল চলাচল; ইখনৰ পিছত সিখনকৈ বাতিল গুৰুত্বপূৰ্ণ ৰে'ল, চৰম দুৰ্ভোগত শিলচৰ–আগৰতলাগামী যাত্ৰী
spot_imgspot_img