Tag: india

Browse our exclusive articles!

ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ অহা মাহৰ আৰম্ভণিতে ইয়াৰ গন্তব্যস্থানত উপনীত হ’ব: কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয় যে ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল1", অহা মাহৰ আৰম্ভণিতে, সঠিকভাৱে ক'বলৈ গ'লে, জানুৱাৰী 2024-ৰ প্ৰথম সপ্তাহৰ আশে পাশে...

‘জনা নাছিলো যে জীৱনটো ইমান সলনি হ’ব’- জন্মদিনত পত্নী লিন লায়শ্ৰমৰ বাবে আন্তৰিকতাৰে টোকা লিখিলে ৰনদীপ হুডাই

অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰমে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যোৱা মাহত পৰম্পৰাগত মেইটেই অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। ১৯ ডিচেম্বৰত লিনে জন্মদিন উদযাপন কৰে। ৰনদীপে...

Government of Meghalaya Launches State-of-the-Art 10-Bed ICU Project and Tele-ICU Hub

Shillong: The Department of Health and Family Welfare, Government of Meghalaya, takes a monumental step forward in healthcare infrastructure with the launch of a...

কামিন্সৰ অভিলেখ ভংগ! এতিয়ালৈ IPLৰ ইতিহাসৰ সবাতোকৈ দামী খেলুৱৈত পৰিণত মিচেল ষ্টাৰ্ক; ২৪.৭৫ কোটি টকাত মিচেল ষ্টাৰ্কক ক্ৰয়…

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আই পি এল ২০২৪ৰ নিলামত ২৪.৭৫ কোটি টকাত মিচেল ষ্টাৰ্কক...

গৌৰৱ গগৈ, আব্দুল খালেকসহ নিলম্বিত লোকসভাৰ বিৰোধী দলৰ ৩৩ গৰাকী সাংসদ কোন কোন চাওক

চলি থকা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ ভিতৰত প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি বিৰোধী দলৰ...

Popular

পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়নক ‘সুন্দৰা নটুৱা’ বঁটা প্ৰদান

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পালন কৰা হৈছে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দহদিনীয়া...

ৰজাপথাৰত প্ৰয়াত কবি শিক্ষয়িত্ৰী তুষামাই টেৰণপীৰ মৃ্ত্যু বাৰ্ষিকীত বাটৰ পুথিভঁৰাল উদ্বোধন

ৰজাপথাৰত প্ৰয়াত কবি শিক্ষয়িত্ৰী তুষামাই টেৰণপীৰ মৃ্ত্যু বাৰ্ষিকীত বাটৰ পুথিভঁৰাল উদ্বোধন

অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…

অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত কেইগৰাকীমান ভলীবল প্ৰেমীৰ সহযোগত জন্ম লাভ কৰা অসম ভলীবল মিছন-১০০ই এইবেলি অষ্টম বৰ্ষত ভৰি দিলে।

কাছাৰৰ লক্ষ্মীপুৰত ‘ঘৰ ৱাপছি’! মুছলমান ছোৱালীৰ বিয়া হিন্দু ৰীতি-নীতিত

কাছাৰ জিলাৰ লক্ষ্মীপুৰত 'ঘৰ ৱাপছি'ৰ ঘটনা পোহৰলৈ আহিছে। স্বেচ্ছাই সনাতন ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকক বিয়া কৰালে মুছলমান ছোৱালীয়ে।

Subscribe

spot_imgspot_img