Tag: india

Browse our exclusive articles!

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

আজি ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

আজি বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম 2.0 চৰকাৰৰ প্ৰথম খন কেবিনেট। বিয়লি ২ বজাত অনুষ্ঠিত হ’ব বৈঠক।

বাতিল হ’ল NEETৰ পৰীক্ষাঃ শীঘ্ৰে পুনৰ ঘোষণা হ’ব পৰীক্ষাৰ সূচী

বাতিল হ’ল NEETৰ পৰীক্ষাঃ শীঘ্ৰে পুনৰ ঘোষণা হ’ব পৰীক্ষাৰ সূচী। ঘটনাৰ তদন্তৰ বাবে CBIক দায়িত্ব।

বিজয়ী বিজয়ঃ তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে চি জোচেফ বিজয়ে

বিজয়ী বিজয়ঃ তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে চি জোচেফ বিজয়ে। ভাগ্যৰ দুৱাৰ মুকলি হ’ল টিভিকেৰ নেতা বিজয়ৰ৷

মৰ্মাহত মমতাঃ মমতাই সলনি কৰিলে ছ’চিয়েল মিডিয়াৰ বায়’

বংগত বিজেপিৰ বাবে ক বিশেষ দিন৷ ঠিক তেনেদৰে ১৫ বছৰ ধৰি ৰাজ্যখন শাসন কৰা মমতা বেনাৰ্জীৰ বাবেও সেই দিনটো এক শোকৰ দিন হিচাপে পৰিগণিত

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজয় থালাপতিয়ে

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজয় থালাপতিয়ে। পুৱা ১০ বজাত শপত ল’ব TVKৰ মুৰব্বী বিজয় থালাপতিয়ে।

Popular

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

'অসম সচেতন মঞ্চ'ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।
spot_imgspot_img