Tag: india

Browse our exclusive articles!

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাঃ অসমবাসীয়ে লাভ কৰিব নতুন চৰকাৰ

আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাঃ অসমবাসীয়ে লাভ কৰিব নতুন চৰকাৰ

হিন্দুৱে যি দামত পেট্র’ল-ডিজেল পায়, মুছলমানেও একে দামতে পায়ঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

হিন্দুৱে যি দামত গেছ, পেট্র'ল-ডিজেল পায়, মুছলমানেও একে দামতে পায়। ইয়াৰ পৰা স্পষ্টকৈ প্রমাণিত হৈছে যে উন্নয়ন আৰু সুবিধাসমূহৰ ক্ষেত্ৰত কোনো বৈষম্য নাই।

আতংকিত নহ’বঃ আজি হঠাৎ বাজি উঠিব আপোনাৰ মোবাইল ফোন

আতংকিত নহ'ব। আজি হঠাৎ বাজি উঠিব পাৰে আপোনাৰ মোবাইল ফোন। বিশেষ সতর্কতাৰে আজি হঠাতে বাজি উঠিব পাৰে আপোনাৰ মোবাইল।

ভাৰতৰ ৫ জন শ্ৰেষ্ঠ বলাৰ, অভিলেখ উইকেট দখল কৰা কোন এই পাঁচজন টি-২০ শ্ৰেষ্ঠ বলাৰ

ভাৰতৰ ৫ জন শ্ৰেষ্ঠ বলাৰ, অভিলেখ উইকেট দখল কৰা কোন এই পাঁচজন টি-২০ শ্ৰেষ্ঠ বলাৰ। টি-২০ ক্ৰিকেটক বেটছমেনৰ ফৰ্মেট বুলি গণ্য কৰা হয়।

ভাৰতক কহিনুৰ হীৰা ঘূৰাই দিয়াৰ দাবী তুলিলে নিউয়ৰ্কৰ মেয়ৰ জোহৰাণ মামদানীয়ে

ভাৰতক কহিনুৰ হীৰা ঘূৰাই দিয়াৰ দাবী তুলিলে নিউয়ৰ্কৰ মেয়ৰ জোহৰাণ মামদানীয়ে। সুযোগ পালে তেওঁ ব্রিটিছ সম্ৰাটক কহিনুৰ ঘূৰাই দিবলৈ ব্যক্তিগতভাৱে অনুৰোধ জনাব।

Popular

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

'অসম সচেতন মঞ্চ'ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।
spot_imgspot_img