Tag: india

Browse our exclusive articles!

India-France sign deal Rafale-M for Navy: পেহেলগাম নৰসংহাৰৰ পিছতে নৌসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ ফান্সৰ পৰা ২৬খন ৰাফেল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ

পেহেলগাম নৰসংহাৰৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ভাৰতীয়(India-France sign deal Rafale-M for Navy) নৌসেনাক শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷

India bans Pakistani YouTube channels: পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰত চৰকাৰৰে

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ DIGITAL WAR।(India bans Pakistani YouTube channels) পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰত চৰকাৰৰে।

Elon Musk: ভাৰতলৈ আহিব টেছলাৰৰ মুৰব্বী ইলন মাস্ক

ভাৰতলৈ আহিব টেছলাৰ বছ ইলন মাস্ক৷ শনিবাৰে বিয়লি(Elon Musk) [ভাৰতৰ সময় অনুসৰি] তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই কথা ঘোষণা কৰে৷

Riyan Parag: এই পৰাজয়ৰ দায়িত্ব মই লৈছো, পৰাজয়ৰ কাৰণ বিচাৰি পালে ৰিয়ানে পৰাগে !

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত মাত্ৰ ২ ৰানত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ।(Riyan Parag) জয়ৰ মুখৰ পৰা পৰাস্ত আৰ আৰ। ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগে এই পৰাজয়ৰ দায়িত্ব ল'লে। শেষৰ ৬টা বলত ৯ ৰানৰ প্ৰয়োজন হৈছিল।

EPFO: পিএফৰ নতুন খবৰ: ইপিএফঅ’ৰ বাবে অতিৰিক্ত ৩২টা বেংকক তালিকাভুক্ত, উপকৃত হ’ব কৰ্মচাৰী-নিয়োগকৰ্তা উভয়েই

ইপিএফঅ’ই শেহতীয়াকৈ ইপিএফঅ’ৰ বৰঙণি সংগ্ৰহৰ বাবে ১৫টা অতিৰিক্ত ৰাজহুৱা/ব্যক্তিগত খণ্ডৰ বেংকৰ সৈতে চুক্তিবদ্ধ হৈছে।(EPFO)

Popular

মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল

মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল

ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ

ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ। 'য়শ আগৰৱালাই মোক ভাল পাবলৈ প্ৰপজেল দিছিল।'

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকত ডাঙৰ সিদ্ধান্ত।বৈঠকত বানপীড়িতৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ সাহায্য।

বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা

বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা। দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ।

Subscribe

spot_imgspot_img