Tag: india

Browse our exclusive articles!

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

ইন্ধনৰ সংকটৰ মাজতে পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি

বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি। ইন্ধনৰ সংকটৰ মাজতে বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি।

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ।দুখনকৈ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

স্পষ্ট কৰি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেঃ ভাৰতত লকডাউন ঘোষণা কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ

স্পষ্ট কৰি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেঃ ভাৰতত লকডাউন ঘোষণা কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ

আজি বর্ষাপাৰাত IPLৰ হাইভল্টেজ মেচঃ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ

আজি বর্ষাপাৰাত IPLৰ হাইভল্টেজ মেচঃ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ

Nepal News: নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ

Nepal News-নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ, ‘জেন জি’ৰ প্ৰতিবাদৰ সময়ত ছাত্ৰক হত্যাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।

Popular

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

'অসম সচেতন মঞ্চ'ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।
spot_imgspot_img