Tag: india

Browse our exclusive articles!

Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প

বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প(Donald Trump 2.0)। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ অগ্ৰসৰ হৈছে ড’নাল্ড ট্ৰাম্প।

Delhi Diwali Pollution: প্ৰদূষণ! ওৰে নিশা ফটকা-আতচবাজীৰ শব্দ, উশাহ-নিশাহত কষ্ট দিল্লীবাসীৰ

দিল্লী-এনচিআৰত গোটেই নিশাটো আতচবাজীৰ শব্দ। আনকি পুৱাৰ ভাগত উশাহ-নিশাহ লোৱাৰ কষ্টকৰ হৈ পৰে জনসাধাৰণৰ।(Delhi Diwali Pollution)

Youngest Pancreatic Donor: মৃত্যুৰ পিছতো ৪ জনক নতুন জীৱন দিলে এটি শিশুৱে

কেনিয়াৰ ২ বছৰীয়া এটি শিশুৰ মৃত্যুয়ে ভাৰতত ইতিহাসৰ সৃষ্টি কৰিছে। এই দুখৰ সময়ত তেওঁৰ পিতৃ-মাতৃয়ে এনে এটা সিদ্ধান্ত ল'লে যিয়ে মানুহৰ জীৱন ৰক্ষা কৰে।(Youngest Pancreatic Donor) 

Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলায়ো ভাৰতীয় বিমানত বোমা স্থাপনৰ ভাবুকি অহাটো বন্ধ কৰিব পৰা নাই। শেহতীয়াকৈ পুনৰ সোমবাৰেও দেশৰ ৬০খনতকৈও অধিক বিমানে লাভ কৰিলে বোমা স্থাপনৰ ভাবুকি। (Bomb Threat)

Popular

মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল

মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল

ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ

ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ। 'য়শ আগৰৱালাই মোক ভাল পাবলৈ প্ৰপজেল দিছিল।'

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকত ডাঙৰ সিদ্ধান্ত।বৈঠকত বানপীড়িতৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ সাহায্য।

বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা

বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা। দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ।

Subscribe

spot_imgspot_img