Tag: india

Browse our exclusive articles!

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিন্টু চৌধুৰী

অজয় জেকা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত অগপ নেতাজন।২০০৭ চনত নাৰেংগীৰ সেনা ছাউনীত ঘটিছিল হত্যাকাণ্ড। ১৯ বছৰৰ পাছত ন্যায় পালে অজয় ডেকাৰ পৰিয়ালে।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

RAHUL GANDHI:সংসদত ভগ্নী প্ৰিয়ংকাৰ এখন ফটো তুলি ভাইৰেল ৰাহুল

একেটা পৰিয়ালৰে তিনিজন লোক। তিনিওজনেই দেশৰ সাংসদ। মাক আৰু ভাতৃৰ পিছত এইবাৰ সংসদত প্ৰিয়ংকা গান্ধী। ৰাহুলে খালী কৰা আসনৰ পৰা প্ৰিয়ংকা গান্ধীয়ে বহু ব্যৱধানত...

PM MODI:পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আহিছে হ*ত্যা*ৰ ভা*বু*কি

ফোন কল পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই ফোনটো এগৰাকী ৩৪ বছৰীয়া মহিলাই কৰিছিল। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। (MODI)

Hemant Soren Oath Ceremony: আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব JMMৰ নেতা হেমন্ত ছোৰেনে

আজি ৰাঁচীত ঝাৰখণ্ডৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত ছোৰেনে। শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।(Hemant Soren Oath Ceremony)

Fruits: আপোনাৰ শিশুটিয়ে প্ৰতিদিনে কি কি ফল খাবলৈ ভাল পায়

আজিকালি ল’ৰা-ছোৱালীৰ প্ৰিয় খাদ্য হ’ল পিজ্জা, বাৰ্গাৰ, বিৰিয়ানী, চিপছ আৰু চকলেট। ঘৰৰ খাদ্য সিহঁতে বৰ ভাল নাপায়। কিন্তু নিয়মীয়াকৈ ফাষ্ট ফুড বা বাহিৰৰ খাদ্য...

Winter: শীতকালত গৰম কাপোৰৰ বিশেষ যত্ন

শীতকালে এতিয়া দুৱাৰ মুখত। এবছৰ আগতে লোৱা কম্বলখন উলিওৱাৰ সময় আহিল৷ কিন্তু ব্যৱহাৰৰ আগতে সেইবোৰ পৰিষ্কাৰ কৰাটো গুৰুত্বপূৰ্ণ। চাও আহক... লেপৰ ক'ভাৰৰ যত্ন: যদি ক'ভাৰটো কপাহী...

Popular

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

'অসম সচেতন মঞ্চ'ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা
spot_imgspot_img