Tag: PAKISTAN

Browse our exclusive articles!

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

ফালে যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়, ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে ঝিলাম নদীৰ পানী।প্ৰলয়ংকৰী বানৰ কৱলত পাকিস্তানৰ বহু অঞ্চল। ভাৰতৰ পদক্ষেপত হাহাকাৰ পাকিস্তানত।(Flood in River Jhelum)

Pakistan defence minister: তিনি দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে পাকিস্তানে, ক’লে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খোদ স্বীকাৰ কৰিছে যে ইছলামবাদে বিগত তিনিটা দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন আৰু প্ৰশিক্ষণ দি আহিছে৷ অৱশ্যে এই ‘কুকৰ্ম’ৰ দোষ(Pakistan defence minister) তেওঁ আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ ওপৰত জাপি আহিছে৷

Pakistan: যুদ্ধ হ’লে ১৩ লাখ ভাৰতীয় সৈন্যৰ বিৰুদ্ধে পাকিস্তানী সেনা কিমান দিন টিকি থাকিব?

শেহতীয়াকৈ পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল অসীম মুনিৰৰ এক বক্তব্যৰ(Pakistan)পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে৷

Pakistan: পাকিস্তানত নিষিদ্ধ বলীউডৰ গান!

বলীউডৰ গানত নাচিব নোৱাৰি! পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত জাৰি কৰিলে নিৰ্দেশনা, পালন নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।(Pakistan)

International-আত্মঘাতী গাড়ী বোমা আক্ৰমণত পাকিস্তানত নিহত ১২ জন সেনা জোৱান । Pakistan

(Pakistan) পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত কালি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।বুধবাৰে বিষয়টো নিশ্চিত কৰি সেনা বিষয়াসকলে কয় যে আক্ৰমণকাৰীয়ে গাড়ীত বিস্ফোৰক লৈ সেনা চকীৰ সন্মুখলৈ আহি বিস্ফোৰণ ঘটায়। (International suicide)

Popular

Smriti-Palash: মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল

Smriti-Palash: মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল

BJP-AGP: ২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপি–অগপত নতুন সমীকৰণ

BJP-AGP: ২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপি–অগপত নতুন সমীকৰণ। মাত্ৰ বিজেপি নহয়, মিত্ৰদল অগপকো একেটেই নীতি অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Workshops: কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত কৰ্মশালা

Workshops: কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত কৰ্মশালা

Sivasagar News: শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱক পৌৰসভাই উচ্ছেদ কৰা আশী উৰ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়িল

Sivasagar News: শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱক পৌৰসভাই উচ্ছেদ কৰা আশী উৰ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়িল

Subscribe

spot_imgspot_img