Tag: PAKISTAN

Browse our exclusive articles!

Do not travel to Pakistan: আমেৰিকাৰ নাগৰিকলৈ পাকিস্তান ত্যাগৰ নিৰ্দেশ

আমেৰিকাৰ নাগৰিকলৈ লাহোৰ ত্যাগৰ নিৰ্দেশ।(Do not travel to Pakistan)নিজৰ সুৰক্ষাৰ বাবে লাহোৰ ত্যাগ কৰাৰ নিৰ্দেশ।নিৰাপদ স্থানত আশ্রয় গ্ৰহণৰ নিৰ্দেশ আমেৰিকাৰ।শেহতীয়া ভাৰত-পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে এই নির্দেশনা।

Pahalgam Terror Attack: পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ: কাশ্মীৰৰ পৰা কাবুললৈ…

সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা, আশ্ৰয় দান(Pahalgam Terror Attack) কৰা আৰু ইয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত পাকিস্তানৰ ‘ট্ৰেক ৰেকৰ্ড’-য়ে দেশখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক আৰু অস্থিৰতা সৃষ্টিকাৰী শক্তি হিচাপে চিহ্নিত কৰিছে।

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

ফালে যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়, ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে ঝিলাম নদীৰ পানী।প্ৰলয়ংকৰী বানৰ কৱলত পাকিস্তানৰ বহু অঞ্চল। ভাৰতৰ পদক্ষেপত হাহাকাৰ পাকিস্তানত।(Flood in River Jhelum)

Pakistan defence minister: তিনি দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে পাকিস্তানে, ক’লে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খোদ স্বীকাৰ কৰিছে যে ইছলামবাদে বিগত তিনিটা দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন আৰু প্ৰশিক্ষণ দি আহিছে৷ অৱশ্যে এই ‘কুকৰ্ম’ৰ দোষ(Pakistan defence minister) তেওঁ আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ ওপৰত জাপি আহিছে৷

Pakistan: যুদ্ধ হ’লে ১৩ লাখ ভাৰতীয় সৈন্যৰ বিৰুদ্ধে পাকিস্তানী সেনা কিমান দিন টিকি থাকিব?

শেহতীয়াকৈ পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল অসীম মুনিৰৰ এক বক্তব্যৰ(Pakistan)পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে৷

Popular

বৰপেটাৰ বহৰিত থিয়েটাৰ সূৰ্য্যৰ নাট্য যাত্ৰাৰ মঞ্চ উদ্বোধন গৰিমা শইকীয়া গাৰ্গৰ

বৰপেটাৰ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত ২০২৬-২০২৭ বৰ্ষৰ থিয়েটাৰ সূৰ্য্যৰ নাট্যযাত্ৰাৰ মঞ্চ উদ্বোধক হিচাপে উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ।

ৰাণীত বীৰ লাচিত সেনাৰ পথ অৱৰোধ

যোৰাবাটৰ সমান্তৰালকৈ ৰাণীত বীৰ লাচিত সেনাৰ পথ অৱৰোধ।উভতাই পঠিয়াইছে মেঘালয়ৰ বাহন। ৰাণী, শুকুৰবেৰী, পাথাৰখামা, মৈৰাং পথ অৱৰোধ লাচিত সেনাৰ।

অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক সুখবৰঃ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালক আনুষ্ঠানিক স্বীকৃতি

অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক সুখবৰঃ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালক আনুষ্ঠানিক স্বীকৃতি

বিধায়ক অখিল গগৈৰ আচৰণক গৰিহণা IAS এছ’চিয়েচনৰ

শিৱসাগৰৰ জিলা আয়ুক্তক অখিল গগৈৰ দুৰ্ব্যৱহাৰ। এই ঘটনাত উদ্বেগ প্রকাশ IAS এছ'চিয়েশ্যনৰ।জনপ্রতিনিধিসকলে জনসাধাৰণৰ সমস্যা উত্থাপন কৰাৰ অধিকাৰ আছে।

Subscribe

spot_imgspot_img