Breaking

Browsing Tag

political news

শোণিতপুৰত ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…

১১নং শোণিতপুৰ লোকসভাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে শ্বহীদ বাকৰিৰ পৰা তেজপুৰৰ আদালত পাচ আলিলৈকে পদ যাত্ৰাত অংশগ্ৰহণ কৰে ৷
Read More...

লখিমপুৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ, বিবেক…

সমগ্ৰ দেশৰ  লগতে অসমৰ ১২ নং লখিমপুৰ লোকসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলে  নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ৷ এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত মূল যুঁজখন হ’ব তৃণমূল কংগ্ৰেছ, বিজেপি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাজত ৷ নিৰ্বাচনী প্ৰচাৰত
Read More...

মাৰ্ঘেৰিটাত লুৰীণজ্যোতি গগৈৰ হৈ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ…

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ তথা মিত্ৰশক্তিৰ মনোনীত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ হৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই। অখিল গগৈয়ে লেখাপানী হাচক গাঁৱৰ লগতে ইনথেমত দুখনকৈ নিৰ্বাচনীৰ প্ৰচাৰ
Read More...

২০২৬ চনত অসমত আপৰ চৰকাৰঃ ভগৱন্ত মান, অসমত ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰাৰ বিৰুদ্ধে সৰৱ পঞ্জাবৰ…

"আপোনালোকে মোৰ কথা লিখি ৰাখক। মই কৈছো - ২০২৬ চনৰ এপ্ৰিলত অসমত আম আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব। " শুক্ৰবাৰে বিশ্বনাথ চাৰিআলিত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণ্যৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ
Read More...

গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক ছাহাবুদ্দিন মজুমদাৰ

গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক কংগ্রেছ কর্মী। ফ্লায়িং স্কোৱাডৰ অভিযানত ১ লাখ টকাসহ ধৰা পৰিল ছাহাবুদ্দিন মজুমদাৰ। ছাহাবুদ্দিনক বৰ্তমান যোৰহাট আৰক্ষীয়ে আটক কৰিছে। ছাহাবুদ্দিনৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে।
Read More...

লোকসভা নিৰ্বাচন ২০২৪: দেশৰ দৰিদ্ৰ লোকৰ হিচাব নাই হাত শিবিৰৰ হাতত, কংগ্ৰেছ দলৰ পাঁচটা ন্যায়…

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ভোটাৰসকলৰ মন জয় কৰিবলৈ পাঁচটা গেৰাণ্টিৰ কথা কৈ আহিছে। ১০ বছৰে কংগ্ৰেছ শানত নাই। কৰ্ণাটকত সফল পাইলট প্ৰকল্প আৰু তেলেংগানাত প্ৰাৰম্ভিক প্ৰকল্প ৰূপায়ণৰ পিছত কংগ্ৰেছ দলে পাঁচটা ন্যায়ৰ আধাৰ বহল কৰি সমগ্ৰ
Read More...

ৰাহুল গান্ধীয়ে সহায় লৈছে পিএফআইৰ! বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ…

বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে আমেঠিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিলে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দাবী কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালা লোকসভা আসনৰ ৱায়ানাড সমষ্টিৰ পৰা আগন্তুক লোকসভা
Read More...

ৰাজহুৱা স্থানত জনপ্ৰতিনিধিক সমালোচনা কৰোঁতে শালীনতা চেৰাইছে মুখ্যমন্ত্ৰীয়ে- সংবাদমেলত দেৱব্ৰত শইকীয়া

নাজিৰাত পৰহি নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াক কেৱল চিঠি লিখি থকা বিধায়ক বুলি তীয্যক মন্তব্য কৰা আৰু বিয়াৰ আগেয়ে পত্নীলৈ চিঠি লিখাৰ প্ৰসংগ টানি আনি তুলুঙা কৰা
Read More...

৮৫ উৰ্ধৰ প্ৰবীণ ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ আৰম্ভ শোণিতপুৰত, শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিত ২৪০০…

অহা ১৯ তাৰিখে অনুষ্ঠিত হ'ব লগা শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ আন এক ভোটগ্ৰহণ প্ৰক্ৰিয়া আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে জিলাখনত ।জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত নিৰ্বাচন কৰি উলিওৱা ৮৫ বছৰ উৰ্ধৰ ২৪০০ গৰাকী প্ৰবীণ ভোটাৰৰ লগতে ডাকঘৰত বিশেষ
Read More...

कांग्रेस ने किया विश्वासघाट, भाजपा ने दी प्रगति, समृद्ध समाज गठन के लिए ‘संघर्ष नहीं’, बल्कि…

डिब्रूगढ़ लोकसभा क्षेत्र के भाजपा उम्मीदवार सर्वानंद सोनोवाल ने चुनाव प्रचार अभियान को अधिक तेज कर दिया है। उन्होंने रविवार को तिनसुकिया विधानसभा क्षेत्र में चुनाव प्रचार करते हुए लाइपुली मोरानकारी गांव, महाकाली टी एस्टेट, चांदमारी, मानव
Read More...