Tag: political news

Browse our exclusive articles!

Arvind Kejriwal: কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে

আপ নেতা গোপাল ৰায়ৰ মণ্ডল প্ৰভাৰীসকলক সম্বোধন।কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে।(Arvind Kejriwal)

Delhi New CM Atishi Marlena:আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই। আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী

আজি বিয়লি ৪:৩০ বজাত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আতিশী মাৰ্লেনাই। ১৭ ছেপ্টেম্বৰত কেজৰিৱালৰ উত্তৰাধিকাৰী হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল কলকাজী সমষ্টিক প্ৰতিনিধিত্ব কৰা আতিশী।(Delhi New CM Atishi Marlena)

সময় বাগৰিলেও সলনি হোৱা নাই দৃশ্যপট! বিধানসভাৰ শৰতকালীন অধিৱেশনত আটাইতকৈ চৰ্চিত আৰু উত্তপ্ত বিষয়টোৱেই হৈছে মিঞাৰ আগ্ৰাসন

সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ আগ্ৰাসন ৰোধ কৰিবই লাগিব বুলি কৰা মন্তব্যৰ পিছতে বিৰোধীয়ে এতিয়া মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি উভতি ধৰিছে৷ এনে সময়তে বৃহস্পতিবাৰে পুনৰ হিন্দু-মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত হৈ পৰে বিধানসভা ৷

বড়োভূমিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি! এই প্ৰত্যাহ্বান আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা…

বড়োভূমিত এতিয়া তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি৷ এই প্ৰত্যাহ্বান আন কাৰো পৰা অহা নাই৷ এই প্ৰত্যাহ্বানৰ আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা৷ বিজেপি-ইউপিপিএলৰ মাজত চলি থকা শীতল যুদ্ধখন এতিয়া প্ৰকাশ্য হৈ পৰিছে৷

অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ…

শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ।শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু গোচৰ। এটা বিশেষ ভিডিঅ'ক কেন্দ্ৰ কৰি বিজেপি নেতা ময়ুৰ বৰগোঁহাইয়ে দাখিল কৰিলে গোচৰ।

Popular

নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ?

গুৱাহাটীৰ হাতীগাঁৱত নিজ পত্নীক নৃশংসভাৱে ডিঙি কাটি হত্যা কৰাৰ লগতে কটা মূৰ ফ্ৰীজত ভৰাই থোৱা ভয়ংকৰ কাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু।

আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই মৃত্যু পত্নীহন্তা ৰামানুজ গোস্বামীৰ

স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHলৈ আনিছিল ৰামানুজক। GMCHৰ পাহাৰৰ পৰা জঁপিওৱাৰ ফলতে মৃত্যু। গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

মুকালমুৱাত ১৪ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

মুকালমুৱাত ১৪ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ সুযোগ্য খেলুৱৈ ভাৰ্গৱ দাস

দক্ষিণ এছিয়াৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে নেপালত অনুষ্ঠিত দ্ৰীপবল চেম্পিয়নশ্বিপত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱ দাস।

Subscribe

spot_imgspot_img