Breaking

Browsing Tag

political news

মৰাণৰ আকাশত উৰিল কংগ্ৰেছৰ হেলীকপ্তাৰ, একেখন মঞ্চত ভূপেন বৰা, অখিল গগৈ, লুৰিনজ্যোতি গগৈ। কবিতা আওঁৰাই…

মৰাণৰ আকাশত উৰিল কংগ্ৰেছৰ হেলীকপ্তাৰ। মৰাণত নিৰ্বাচনী সভাত একেখন মঞ্চত ভূপেন বৰা, অখিল গগৈ, জীতেন্দ্ৰৰ সিং, লুৰিনজ্যোতি গগৈ। কবিতা আওঁৰাই ভূপেন বৰাই পুনৰ ক'লে " এশ দিনত মুখ্যমন্ত্ৰীৰ চকী লৰিবই"। "সৰ্বানন্দ সোনোৱাল আটাইতকৈ ডাঙৰ
Read More...

ডিফুত কোনে মাৰিব শেষ হাঁহি, যোগদানৰ ৰাজনীতিৰে বিজেপিৰ শক্তি প্ৰদৰ্শন হামৰেনত…

সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ লগতে ৰাজ্যত এতিয়া ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলৰ মাজত ব্যাপক তৎপৰতা আৰু শক্তি প্ৰদৰ্শনৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা ৬ নং ডিফু
Read More...

দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁঃ প্ৰদ্যুত বৰদলৈ…

দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁ : প্ৰদ্যুত বৰদলৈ। মনোনয়ন পত্ৰ দাখিলৰ পাছত নগাঁৱৰ ভোটাইগাঁৱত প্ৰথম পথসভা। দলীয় বিধায়ক-নেতা অবিহনেই নগাঁৱৰ অলিয়ে-গলিয়ে নিৰ্বাচনী প্ৰচাৰ।
Read More...

আঁঠুৱা-কম্বলৰ পাৰ্টি মানেই হ’ল কংগ্ৰেছ, এই কংগ্ৰেছ পাৰ্টিৰ কাম নাই; ৰেচন কাৰ্ড থকা পৰিয়ালে পাব…

আঁঠুৱা-কম্বলৰ পাৰ্টি মানেই হ’ল কংগ্ৰেছ। এই কংগ্ৰেছ পাৰ্টিৰ কাম নাই। টিয়ক বিধানসভা সমষ্টিত আজি অনুষ্ঠিত এখন বিলাশ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাই। ভাষণ মন্ত্ৰীগৰাকীয়ে যোৰহাট
Read More...

গৌৰৱ গগৈৰ হৈ টকা বিলাওঁতে ধৰা পৰিল যুৱ কংগ্ৰেছৰ সভাপতি…

গৌৰৱ গগৈৰ হৈ টকা বিলাওতে ধৰা পৰিল যুৱ কংগ্ৰেছৰ সভাপতি।মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স-ফ্লায়িং স্কোৱাডৰ তালাচী অভিযান।চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈৰ বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ধন।
Read More...

ভূপেন বৰাৰ টকাৰ পিছত দৌৰাই দিনটোৰ কামঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱানৰ ওচৰত টকাৰ বাবে প্ৰাৰ্থনা কৰে। অনবৰতে দিনটো তেওঁ পইচাৰ কথাই চিন্তা কৰে।- ৰূপহীহাটত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। ভূপেন বৰাই টিকট দিয়াৰ নামত চান্দা লোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা
Read More...

‘জনতাই প্ৰত্যুত্তৰ দিব…’: কেজৰিৱালক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিছতে ক’লে পত্নী সুনীতা…

স্বামীৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে সুনীতা কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা সংবাদ মাধ্যমত সোচ্চাৰ হৈ আহিছে। দেওবাৰে "লোকতন্ত্ৰ বচাও" ৰেলীৰ সময়তো
Read More...

মোদী ভগৱান ৰামৰেই এক অংশঃ ক’লে অভিনেত্ৰী কংগনা ৰাণাৱটে…

মোদী ভগৱান ৰামৰেই এক অংশ। এই মন্তব্য কংগনা ৰাণাৱটৰ। কংগনা ৰাণাৱটে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'ভগৱান ৰামৰ অংশ' বুলি অভিহিত কৰি মোদীৰ প্ৰশংসাত গদগদ হৈ পৰিছে। কংগনা ৰাণাৱটে শেহতীয়াকৈ মাণ্ডিৰ বিভিন্ন ঠাইত এগৰাকী লোকসভা নিৰ্বাচনৰ
Read More...

দেশৰ বিত্তমন্ত্ৰীৰ ভোটত যুঁজিবলৈ টকা নাই! লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে সীতাৰমণে…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে জে পি নাড্ডাই তেওঁক অন্ধ্ৰ প্ৰদেশ বা তামিলনাডুৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰিলে। লোকসভা নিৰ্বাচনত যুঁজিবলৈ তেওঁৰ হাতত প্ৰয়োজনীয় ধন নাই
Read More...

বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা গাঁৱত চুবুৰীয়ে চুবুৰীয়ে আপৰ নিৰ্বাচনী প্ৰচাৰ…

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা গাওঁত আজি চুবুৰীয়ে চুবুৰীয়ে আপৰ নিৰ্বাচনী প্ৰচাৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নীতি আদৰ্শ আৰু পাঞ্জাৱৰ পৰিৱৰ্তিত ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ আৰু বিজেপি দলৰ
Read More...