Breaking

Browsing Tag

protest

চিলাপথাৰৰ ৰাজপথত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ…

সৰ্বসাধাৰণ ৰাইজক বিদ্যুত যোগানত ব্যৰ্থ অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ কৰি চিলাপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে।নিয়মিত বিদ্যুৎ যোগানত হেমাহি, সঘনাই বিদ্যুৎ সেৱা
Read More...

পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাংবাদিকৰ…

বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্বব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।গুৱাহাটীৰ নাৰেঙ্গীস্থিত পূব
Read More...

নাজিৰাত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

AITUC ৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা (AACWU) নাজিৰা মহকুমা পৰিষদৰ আহ্বান ক্ৰমে নিৰ্মাণ শ্ৰমিক সন্থাৰ ১৬ দফীয়া দাবীৰ পূৰণৰ বাবে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
Read More...

প্ৰতিবাদৰ অগ্নিৰে উত্তাল পৰিছে লেতিন আমেৰিকান দেশ পেৰু , এই প্ৰতিবাদত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৪২…

প্ৰতিবাদৰ অগ্নিৰে উত্তাল পৰিছে লেতিন আমেৰিকান দেশ পেৰু। ৰাষ্ট্ৰপতি ডিনা বোলাৰ্টেৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চলি আহিছে পেৰুৰ জনগণৰ সংগ্ৰাম। এই প্ৰতিবাদত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৪২ জন লোকে।
Read More...

দেশৰ ৰাজধানী দিল্লীৰ টিকৰী সীমান্তৰ পৰা পুনৰবাৰ কৃষকৰ প্ৰতিবাদ…

কৃষকৰ প্ৰতিবাদঃ দেশৰ ৰাজধানী দিল্লীৰ টিকৰী সীমান্তৰ পৰা পুনৰবাৰ চিঞৰ বাখৰ কৃষকে। শনিবাৰে (১০ ডিচেম্বৰ) টিকৰি সীমান্তৰ পৰাও কৃষকসকলে এক বৃহৎ ঘোষণা কৰিছে। এম এছ পি ৰূপায়ণ আৰু সম্পূৰ্ণ ঋণ ৰেহাইৰ দাবীত কৃষকসকলে এতিয়া চণ্ডীগড়লৈ পদযাত্ৰা
Read More...

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবীত ২৪ ঘণ্টীয়া…

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবীত ২৪ ঘণ্টীয়া ৱাকআউট কাৰ্যসূচী ঘোষণা কৰিছে। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব  এই ৱাকআউট কাৰ্যসূচী । ১৯৭০ চনৰ পিছত প্ৰথমটো বৃহৎ ধৰ্মঘটৰ
Read More...

ইন্দোৰৰ চৰকাৰী নতুন আইন মহাবিদ্যালয়ৰ লেখক ড০ ফাৰহাট খানৰ আন এখন বিতৰ্কিত গ্ৰন্থৰ বিৰুদ্ধে…

ইন্দোৰৰ চৰকাৰী নতুন আইন মহাবিদ্যালয়ৰ বিতৰ্কিত গ্ৰন্থখনৰ গোচৰটো এতিয়াও ঠাণ্ডা হোৱা নাছিল যে পুথিভঁৰালত লেখকৰ আন এখন কিতাপ পোৱা গৈছিল। হিন্দু ধৰ্মৰ ওপৰত সীমাহীন লিখাৰ অভিযোগ ABVP ৰ।
Read More...

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ…

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে সোমবাৰে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।কৃষক মুক্তিৰ লেঙেৰী আঞ্চলিকৰ উদ্যোগত প্ৰতিবাদৰ আয়োজন কৰা হৈছিল।
Read More...

কেমেৰাৰ সন্মুখতে আঁতৰাই দিলে হিজাব, সকলো কাপোৰ খুলি ক’লে- ‘মোৰ শৰীৰ মোৰ পছন্দ’…

প্ৰথমে কেমেৰাৰ সন্মুখত হিজাব আঁতৰাই দিলে, তাৰ পিছত সকলো কাপোৰ খুলি ক’লে- ‘মোৰ শৰীৰ মোৰ পছন্দ’। দেশৰ অন্যতম বিখ্যাত ৱেবছিৰিজ ‘ছেক্ৰেড গেমছ’ৰ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ এক নতুন ধৰণৰ অভিনয়ৰ পথ বিচাৰি পাইছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’
Read More...

তামুলপুৰৰ কুমাৰীকাটাত অসম পুলিচ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ…

তামুলপুৰৰ কুমাৰীকাটাত অসম পুলিচ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদত মুখৰ আছুকে ধৰি কেইবাটাও ছাত্র সংগঠন। যোৱা ২৪ জুনত বাক্সা জিলা আছুৰ সাধাৰণ সম্পাদক ডুলুজিত দাসৰ ওপৰত কুমাৰীকাটা আৰক্ষীয়ে তালাচীৰ নামত মানসিক নিৰ্যাতন চলোৱাক
Read More...