Breaking

Browsing Tag

Rahul Gandhi

বিধানসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ… 

ৰাহুল গান্ধীৰ পদযাত্ৰাঃ মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচন আৰু অহা বছৰ ২০২৪ চনত লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ কংগ্ৰেছ দলে অশেষ চেষ্টা কৰিছে। ইয়াৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা
Read More...

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃক এটা কুকুৰ উপহাৰ দিছে ! ইয়াৰ পাছতে এতিয়া এই কুকুৰটোক লৈ বিবাদ…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃক এটা কুকুৰ উপহাৰ দিছে। ইয়াৰ পাছতে এতিয়া এই কুকুৰটোক লৈ বিবাদ আৰম্ভ হৈছে। ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীক উপহাৰ দিয়া কুকুৰটোৰ নাম 'নুৰী' ৰাখিছে। যাৰ বাবে ইয়াৰ বিৰোধিতা কৰিছে একাংশই।
Read More...

“নতুন যুগৰ ৰাৱণ”! ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ…

এটা টুইট, যিটো টুইটে তোলপাৰ লগাইছে ৰাজনীতিত। বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটত ৰাৱণৰ ৰূপত দেখা গৈছে ৰাহুল গান্ধীক। পোষ্টাৰ খনত দেখা ৰাহুলৰ চেহেৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ। মুখভৰ্তি দাঢ়িৰে এখন ফটো। ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ ৰাহুল
Read More...

ছত্তীশগড়ত ৰে’লেৰে যাত্ৰা কৰি কংগ্ৰেছৰ প্ৰচাৰত নামিল ৰাহুল গান্ধীয়ে…

সাধাৰণ মানুহৰ সৈতে ৰে’লেৰেই যাত্ৰা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । সোমবাৰে বিলাসপুৰৰ পৰা ৰে'লযোগে ৰাহুল গান্ধীয়ে যাত্ৰা কৰে, য'ত তেওঁ এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দি ছত্তীশগড়ৰ ৰায়পুৰলৈ পুনৰ ৰে’লেৰেই যাত্ৰা কৰে। উল্লেখ্য ৰাজ্য খনত এই
Read More...

কংগ্ৰেছে ৰাজস্থান বিধানসভা নিৰ্বাচনত জিকিব নে? সন্দিহান ৰাহুল গান্ধী…

ৰাজস্থান বিধানসভাৰ নিৰ্বাচন সমাগত। এনে সময়তে ৰাহুল গান্ধীয়ে পুনৰ অপৰিপক্কতা দেখুৱাইছে নেকি? নিৰ্বাচনৰ আগতে, তেওঁ স্বীকাৰ কৰিছিল যে কংগ্ৰেছে ৰাজস্থান বিধানসভাত জয়ী হ'ব বুলি দাবী কৰাৰ অৱস্থাত নাই৷ এই বছৰৰ শেষৰ ফালে পাঁচখন ৰাজ্যৰ বিধানসভা
Read More...

কংগ্ৰেছ নেতা ৰাহুল গান্ধী দিল্লীৰ আনন্দ বিহাৰ ৰে’লৱে ষ্টেচনত উপস্থিত…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে (২১ ছেপ্টেম্বৰ) দিল্লীৰ আনন্দ বিহাৰ ৰেলৱে ষ্টেচনত উপস্থিত হয়, য’ত তেওঁ পৰ্টাৰসকলক সাক্ষাৎ কৰে। এই সময়ত ৰাহুল গান্ধীকো পৰ্টাৰৰ কাপোৰ পিন্ধা দেখা গৈছিল। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে ৰঙা পৰ্টাৰ চাৰ্ট
Read More...

প্ৰধানমন্ত্ৰী মোদীৰ পৰা মুখ্যমন্ত্ৰী যোগী আৰু ৰাহুলৰ পৰা কেজৰিৱাললৈকে জানি লওক এই ৰাজনৈতিক নেতাসকলৰ…

আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱসৰ দিনা সমগ্ৰ দেশৰ বিদ্যালয়সমূহতো কাৰ্যসূচীৰ আয়োজন কৰা হয়। কিন্তু দেশৰ ৰাজনৈতিক নেতাসকলৰ গুৰু কোন
Read More...

প্ৰধানমন্ত্ৰী আৰু আদানীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিশ্বৰ দুখন জনপ্ৰিয় বাতৰি কাকতে…

বিশ্বৰ দুখন জনপ্ৰিয় বাতৰি কাকতে প্ৰধানমন্ত্ৰী আৰু আদানীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে - এয়া ভাৰতৰ সন্মানৰ ওপৰত দাগ। ৰাহুল গান্ধীৰ
Read More...

‘কংগ্ৰেছ’ৰ ৫ টা গেৰাণ্টি কেৱল আঁচনি নহয়, এয়া সুশাসনৰ নিশ্চয়তা’: কৰ্ণাটকত ৰাহুল…

কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত 'গ্ৰুহা লক্ষ্মী' আঁচনিখন বুধবাৰে মাইচুৰত কংগ্ৰেছৰ নেতৃত্বত কৰ্ণাটক চৰকাৰে আৰম্ভ কৰে। আঁচনি খনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাহুল গান্ধীয়ে কয় যে "কৰ্ণাটকত
Read More...

২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী হ’ব কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী…

২৪ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী হ'ব কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী।
Read More...