Breaking

Browsing Tag

REGIONAL

দৰং জিলাৰ পশ্চিম মঙললৈৰ অন্তৰ্গত বামুণঝাৰ গাঁৱৰ ৪৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম-জয়ন্তী উপলক্ষে…

বৃহত্তৰ বামুণঝাৰ অঞ্চলৰ ৰাইজে ৫ আৰু ৬ অক্টোৰত দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে ৫৭৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ পালন কৰে । ৫ অক্টোবৰত বৃহৎ ভাগৱত শোভাযাত্ৰা উলিওৱা হয় । প্ৰায় ৫০০ ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে ভাগৱত শোভাযাত্ৰাত ।
Read More...

কি ধৰণৰ বুঢ়া আঙুলিয়ে কেনেধৰণৰ ইংগিত দিয়ে ? জ্যোতিষ বিজ্ঞানে কি কয়?

আমাৰ দিনটোৰ প্ৰতিটো মুহূৰ্ততে প্ৰতিটো কাম সম্পন্ন কৰাত আঙুলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পাঁচটা আঙুলিৰ ভিতৰত বুঢ়া আঙুলিৰ আঙুলিটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। বুঢ়া আঙুলি বা ডাঙৰ ভৰিৰ সহায় অবিহনে বাকী চাৰিটা আঙুলিয়ে মসৃণভাৱে কাম কৰাৰ
Read More...

অৰুণাচলৰ মহিলা দলে ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপত মণিপুৰক পৰাস্ত কৰে

১৩-১৬ ছেপ্টেম্বৰৰ ভিতৰত মিজোৰামৰ আইজলত অনুষ্ঠিত হ'বলগীয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ (উত্তৰ-পূব মণ্ডল) তৃতীয় খন খেলত অৰুণাচলৰ মহিলা দলে মণিপুৰক পৰাস্ত কৰে। ক্ৰীড়া শক্তিশালী মণিপুৰৰ বিৰুদ্ধে আগবাঢ়ি অহা যুঁজৰ পিছত
Read More...

ডিব্ৰু কলেজত অসমীয়া স্নাতকোত্তৰ শাখা মুকলি

১৯৬৩ চনত প্ৰতিষ্ঠা হোৱা উজনিৰ ‘নাক’ৰ এ গ্ৰেডপ্ৰাপ্ত উচ্ছ শিক্ষানুষ্ঠান ডিব্ৰু কলেজত কালিৰেপৰা মুকলি কৰা হৈছে স্নাতকোত্তৰ অসমীয়া শাখা৷ আনুষ্ঠানিকভাৱে ফিটা কাটি কলেজখনৰ চৌহদত বিভাগটো মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ
Read More...

খুমটাইত প্ৰকৃতি প্ৰেমৰ উজ্জ্বল নিদৰ্শন দ্বিপেন বৰদলৈ…

এগৰাকী ব্যক্তিয়ে প্ৰকৃতিপ্ৰেমৰ অনন্য নিদৰ্শন দিবলৈ সক্ষম হৈছে।উল্লেখ যে গোলাঘাট জোনাকী নগৰৰ দিজেন বৰদুলৈ নামৰ ব্যক্তি গৰাকীয়ে কাছ সংৰক্ষণৰ ক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহন কৰি আহিছে৷তেখেতে দানত পোৱা দুস্প্ৰাপ্য কাছ
Read More...

বকোত আত্মপ্ৰকাশ নাট্য সম্ৰাট ব্ৰজেন দাসৰ উদ্যোগত সুদৰ্শন চিনে থিয়েটাৰ…

আধুনিক কৃষ্টি আৰু সংস্কৃতিৰ নাট্য সম্ভাৰ লৈ কামৰূপ জিলাৰ বকোত ন ৰূপত আত্মপ্ৰকাশ ঘটিছে সুদৰ্শন চিনে থিয়েটাৰ নামৰ এক নাট্য দ'ল। উল্লেখ্য যে ; বকো অঞ্চলৰ খলিহাৰ জেষ্ঠ্য নাট্য শিল্পী অসম চৰকাৰ আৰু অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মঞ্চ
Read More...

ৰঙিয়াত বিমলা দেৱীৰ গ্ৰন্থ “মহাভাৰতৰ পাতে পাতে” উন্মোচনী অনুষ্ঠান সম্পন্ন…

ভাৰতীয় সাহিত্য -সংস্কৃতিৰ ক্ষেত্ৰ খনত ধৰ্মগ্ৰন্থ মহাভাৰতৰ ভূমিকা অবৰ্ণনীয় ।পাচহাজাৰ বছৰ পূৰ্বে ৰচিত  ধৰ্মগ্ৰন্থ মহাভাৰতৰ  প্ৰাসংগিকতা যুগে যুগে বিৰাজমান। শনিবাৰে পিবি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তথা লেখিকা  বিমলা
Read More...

 হাওৰাঘাটৰ শান্তিপুৰ গাঁৱত বিশ্বমাতৃ দুগ্ধপান সপ্তাহ পালন…

ৰাইজৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ শান্তিপুৰ গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰা হয় । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয় ।
Read More...

তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ এজাহাৰ…

তাই আহোম ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি নেত্ৰী আংগুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ অসমৰ ভূমি পুত্ৰ প্ৰাচীনতম কলিতা জনগোষ্ঠীক নানা তিৰ্য্যক মন্তব্য কৰা কাৰ্য্যৰ বিৰূদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে গৰিহণা
Read More...

দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা সম্পন্ন…

আজি দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ আজাদী কা অমিত মহোৎসৱৰ লগত সংগতি ৰাখি হৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ সম্পৰ্কত সচেতনতা আৰু প্ৰসাৰৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিদ্যালয় খনৰ আন্তগাঠনী তথা
Read More...