Breaking

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি টেলিফোনিক বাৰ্তা!

0 118

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত টেলিফোনিক বাৰ্তালাপ। বৃহস্পতিবাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰে দুয়োগৰাকী নেতাই।নৰেন্দ্ৰ মোদীয়ে ভ্লাডিমিৰ পুটিনক ৰাছিয়াৰ আৰু নাটোৰ মাজত থকা মত পাৰ্থক্য আলোচনা মাধ্যমেৰে সমাধান কৰিবলৈ আহৱান জনাই।লগতে হিংসা পৰিহাৰ কৰিবলৈও আহৱান জনাই ৰাছিয়াক।ইউক্ৰেইন বহু ভাৰতীয় আৱদ্ধ হৈ থকা কথাও জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইউক্ৰেইনৰ পৰা যাতে ভাৰতীয় সকলক উদ্ধাৰ কৰিব পাৰে সুকলমে সেই সম্পৰ্কেও জনাই পুটিনক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগয় ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও জনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।

Leave A Reply