Breaking

হোজাইত উদ্ধাৰ অচিনাক্ত অৰ্ধগলিত যুৱকৰ মৃতদেহ

0 42

হোজাই : হোজাইত উদ্ধাৰ অচিনাক্ত অৰ্ধগলিত যুৱকৰ মৃতদেহ। হোজাইৰ ফৰেষ্ট ভিলেজত উদ্ধাৰ মৃতদেহ। বানপানী বাহি অহাৰ সন্দেহ। যুৱকজনৰ বয়স প্ৰায় 14 /15 মান হ’ব।

ইতিমধ্যে হোজাই আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মৃত যুৱকজন পিন্ধনত জিন্স পেন্ট আৰু টি চাৰ্ট আছিল।

হোজাইৰ পৰা: দেৱকুমাৰ বৰ্মন

Leave A Reply