Breaking

শিলচৰৰ যান-জঁটৰ সমস্যা সমাধানৰ উদ্দেশ্যে দুখনকৈ দলং উদ্বোধন মুখ্যমন্ত্ৰীৰ…

0 55

শিলচৰ চহৰৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে আজি বৰাক নদীৰ ওপৰত বদৰিঘাট সংযোগী নৱনির্মিত বৰেংগা-কাশীপুৰ দলংখন জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে ৩৭ আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথক ফুলেতাল পথৰ সৈতে সংযোগ কৰি যাতায়তৰ সুবিধা প্ৰদান কৰিব।

Leave A Reply