Breaking

শীঘ্ৰেই নিয়মীয়া হ’ব ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

0 172

শীঘ্ৰেই নিয়মীয়া হ’ব ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰিয়ে এই সিদ্ধান্ত শিক্ষা বিভাগৰ।

নিয়মীয়াকৰণৰ তালিকাত আছে ষ্টেট পুলৰ ৯,৫০০ শিক্ষক।

SSAৰ অধীনস্থ ২৫ হাজাৰ শিক্ষকো আছে এই তালিকাত।

নিয়মীয়াকৰণৰ আওতালৈ আহিব হাইস্কুলৰ ৪,৫০০ অতিৰিক্ত শিক্ষকো।

এই কথা আজি সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

Leave A Reply