Breaking

টীয়কৰ যুৱনেতা অসীম কুমাৰ বৰুৱাৰ মহানুভৱতা

0 22

টীয়ক ৰাজহ চক্ৰৰ অধীনৰ জাঁজীমুখৰ ওপৰ শগুণ পৰাত ৪ ফেব্ৰুৱাৰীত বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড হোৱা পৰিয়ালৰ কাষত টীয়কৰ সমাজ কৰ্মী তথা ৰাজ্যিক বি জে পি দলৰ কাৰ্য নিৰ্বাহক সদস্য অসীম কুমাৰ বৰুৱা উপস্থিত হৈ এককালিন আৰ্থিক সাহায্য  আগবঢ়াই ।উলেখযোগ্য যে মিছিং অধ্যুষিত এলেকাৰ প্ৰশান্তু কায়ুং আৰু অন্তৰা কায়ুঙৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জাহ যায় ।তদুপৰি বিদ্যুত বিভাগৰ পৰাও পৰিয়াল কেইটাক সকাহ দিবৰ বাবে কতৃৰ্পক্ষক তেখেতে অৱগত কৰাৰ বিষয়েও জানিবলৈ দিছে ।  তদুপৰি বানপীড়িত চিন্তামণিগড় জাঁজীমুখঅঞ্চলৰ বহুকেইটা দুখীয়া পৰিয়ালক তেখেতে সাহাস্য প্ৰদান কৰাৰ উপৰি যুৱক সকলৰ উন্নয়নৰ দিশৰ প্ৰতি লক্ষ্য  ৰাখি বহুকেইটা আঁচনি গ্ৰহণ কৰাৰ বুলি অৱগত কৰিছে । 

Leave A Reply