Breaking

ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…

0 32

ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

বিগত দুই-তিনিদিন ধৰি উজনি-নামনিত বৰষুণ বতাহ হৈ আছে।

কালি দিনটোতও গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বহুকেইখন জিলাত বৰষুণ হয়।

পুনৰ বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰিছে Yellow Alert।

কামৰূপ, কামৰূপ(ম), দক্ষিণ শালমৰা, ধুবুৰী, দৰং, বঙাইগাঁও, ওদালগুৰি, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী, শোণিতপুৰ, নগাঁও, মৰিগাঁও, ডিমা হাচাও জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Leave A Reply