Breaking

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত অসমৰ চাৰি যুৱতী…

0 63

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত অসমৰ চাৰি যুৱতী । দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়নৰ পৰা বাছি উলিওৱা নিৰাপত্তাৰ বিশেষ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ চাৰিগৰাকী যুৱতী ।

দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়নৰ পৰা বাছি উলিওৱা নিৰাপত্তাৰ বিশেষ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ চাৰিগৰাকী যুৱতী । ক্ৰমে- ধেমাজিৰ ইৰানী চুতীয়া, হেপী বুঢ়াগোঁহাই , শিৱসাগৰৰ কল্পনা দাস আৰু গুৱাহাটী সোণাপুৰৰ জ্যোতি বৰা ।

চাৰিগৰাকী অসম গৌৰৱলৈ ডিবি নিউজৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ।

Leave A Reply