August 12, 2024 বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি। ৰাজস্থানৰ চাৰিখন জিলাত হাই এলাৰ্ট জাৰি। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণত বৰ্তমান সময়লৈকে ১৯ জন লোকৰ প্ৰাণহানি। গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা দৈনন্দিন বাৰ্তা - July 24, 2026