April 25, 2023 গুণোৎসবৰ ফলাফল হ’ল ঘোষণা Share FacebookTwitterWhatsAppTelegramKooEmail গুণোৎসবৰ ফলাফল ঘোষণা। প্ৰথম তিনিটা স্থানত ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলা। A+ গ্ৰেড লাভ কৰা বিদ্যালয়ে লাভ কৰিব ২৫ হাজাৰ টকা। ১১,৮৮৬খন বিদ্যালয়ে লাভ কৰিছে A+ গ্ৰেড৷ শিৱসাগৰ, মাজুলী, নলবাৰী জিলাৰ প্ৰদৰ্শন সৰ্বোৎকৃষ্ট৷ Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বান-সাহাৰ্য্যক ৰাজনীতি কৰণ নকৰিব, অন্যথা কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হবঃ আলফা(স্বাধীন) দৈনন্দিন বাৰ্তা - August 10, 2026 শিৱসাগৰৰ বেতবাৰীত গৰিমা গাৰ্গঃ জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাৰ সহযোগত সাহায্য বিতৰণ দৈনন্দিন বাৰ্তা - August 10, 2026 অস্তিত্বৰ সংকটত ঐতিহাসিক দৰিকাৰ শিলৰসাঁকোঃ আমাৰ ঐতিহ্যৰ সুৰক্ষা আৰু পুৰাতত্ত্ব বিভাগৰ ভূমিকা দৈনন্দিন বাৰ্তা - August 9, 2026