Breaking

গৌৰীপুৰৰ এখন বিদ্যালয়ত উপ্তত পৰিস্থিতি…

0 101

গৌৰীপুৰৰ সুখাতিখাতা নন্দলাল এম ই স্কুলৰ পৰিচালনা সমিতি গঠনৰ সময়ত স্কুলত উপ্তত পৰিস্হিতি৷


গোলকগঞ্জ শিক্ষা খণ্ডৰ অধিনৰ সুখাতিখাতা নন্দলাল এম ই স্কুলৰ পৰিচালনা সমিতি গঠনৰ সময়ত ৰাইজে চৰকাৰী Guide line বিচাৰিছিল স্কুলৰ C.R.C.ৰ পৰা তেতিয়াই লাগিল লেঠা৷


স্কুলৰ C.R.C য়ে Guide line নিদিয়াত ৰাইজৰ মাজত লাগিল হুলস্থূল৷


গৌৰীপুৰৰ পৰা জামানুৰ ৰহমানৰ ৰিপৰ্ট

Leave A Reply