Breaking

পুনৰ শিলসাঁকোত উতপ্ত পৰিস্থিতি। অৰ্ধউলংগ হৈ প্ৰতিবাদ মহিলাৰ…

0 110

উচ্ছেদৰ বিৰুদ্ধে শিলসাঁকোত অভাৱনীয় পৰিস্থিতি

প্ৰশাসনৰ উচ্ছেদত বাধা স্থানীয় মহিলাৰ

অৰ্ধউলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাই

আৰক্ষীয়ে টানি-আঁজুৰি আটক কৰে প্ৰতিবাদকাৰীক

উচ্ছেদক কেন্দ্ৰ কৰি শিলসাঁকোত পুনৰ উত্তপ্ত পৰিস্থিতি

পুৱাই শিলসাঁকোত আৰক্ষীৰ বিশাল সমৰসজ্জা

১৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ

আৰক্ষীৰে খণ্ডযুদ্ধ শিলসাঁকোৰ স্থানীয় ৰাইজৰ

Leave A Reply