April 1, 2024 ঢকুৱাখনাত জলাশয়, বিল আৰু নদীত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা… Share FacebookTwitterWhatsAppTelegramKooEmail ঢকুৱাখনাত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা। ১ এপ্ৰিল-১৫ জুলাইলৈ ১৪৪ ধাৰা জাৰি। মাছৰ প্ৰজননৰ এই সময়ছোৱাত জলাশয়, বিল আৰু নদীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ধৰা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা প্ৰশাসনৰ। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা দৈনন্দিন বাৰ্তা - July 24, 2026