Breaking

আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ…

0 380

ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক।

আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ।

ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।

আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ।

অসমৰ সকলো জিলালৈ বৰষুণৰ এলাৰ্ট।

Leave A Reply