Breaking

ছিপাঝাৰ পৰীক্ষাকেন্দ্ৰত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দায়িত্বৰ পৰা অব্যাহতি তিনি শিক্ষকক

0 81


ছিপাঝাৰৰ বাহগড়া গণেশকুঁৱৰী জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত মেট্ৰিক পৰীক্ষাৰ দায়িত্বত আছিল তিনি শিক্ষক ক্ৰমে -ৰিংকি বৰ্মন, আব্দুল মালিক আৰু আব্দুল চৌহান।


অভিযোগৰ ভিত্তিত তিনি শিক্ষকক বাকী থকা পৰীক্ষাসমুহৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে ছিপাঝাৰৰ কাৰ্যবাহী দণ্ডাধীশ তথা ৰাজহ চক্ৰবিষয়াগৰাকীয়ে।

Leave A Reply