Breaking

আজি মহালয়া, ধৰাৰ বুকুলৈ দেৱীৰ আগমন…

0 57

আজি পবিত্ৰ মহালয়া। ধৰালৈ নামিছে দুগতি নাশিনী দেৱী দুৰ্গা। মহালয়া দিনটোত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । জনসমুদ্ৰত পৰিণত হৈছে প্ৰতিটো ৰাজপথ । লোকবিশ্বাস অনুসৰি পবিত্ৰ এই মহালয়া দিনা যদি প্ৰাতঃ ভ্ৰমণ কৰে স্বাস্থ্য ভালে থাকে, অপায় অমংগল দূৰ হয় আৰু সেয়ে মৰিয়নিৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰা ।

মহালয়া বুলি পুৱতি নিশা ২ বজাৰ পৰা মৰিয়নিত হাজাৰ হাজাৰ লোক সমবেত হয়।

Leave A Reply