Breaking

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী…

0 94

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী।

জন্মজয়ন্তী উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

হৰি নামৰ ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে বটদ্ৰবা।

Leave A Reply