Breaking

আজি বিশ্ব গ্ৰন্থ দিৱস…..

0 223

বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস বা আন্তঃৰাষ্ট্ৰীয় কিতাপৰ দিন প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা এক দিৱস।

ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ পাতনি মেলিছিল।

১৯৯৫ চনৰ ২৩ এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱসৰ আৰম্ভণি হৈছিল। এইদিনা বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয় সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যপন্থা হাতত লোৱা হয়।

Leave A Reply