আজি বিশ্ব গঁড় দিৱস…

আজি বিশ্ব গঁড় দিৱস ৷

২২ ছেপ্তেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাবে পালন কৰা হয়৷

গঁড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।

অসমৰ পৰিচয়ৰ সমাৰ্থক গঁড় ৰাজ্যৰ চহকী প্ৰাণীজগতৰ জৈৱ বৈচিত্ৰ্যৰ আদৰৰ প্ৰাণী।

এই গঁড় সুৰক্ষা অসম চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে পৰিগণিত হৈছে আৰু যোৱা কেইবছৰমানৰ পৰা এই ক্ষেত্ৰত ধাৰাবাহিক প্ৰচেষ্টা চলাইছে চৰকাৰে।

গঁড়ৰ সংখ্যা বৃদ্ধিয়ে বিশ্ব দৰবাৰত অসমে লাভ কৰিবলৈ সক্ষম হৈছে সুকীয়া পৰিচয়৷

Related Articles