Breaking

ৰাছিয়ান সেনাক সুৰুজমুখী ফুল দিলে ইউক্ৰেইনৰ মহিলাই!

0 2,144

ৰাছিয়ান সেনাক সুৰুজমুখী ফুল দিলে ইউক্ৰেইনৰ এগৰাকী মহিলাই! কিন্তু,কিয় দিলে ৰাছিয়ান সেনাক সুৰুজমুখী ফুল!ৰাছিয়ান সেনাক সুৰুজমুখী দিয়া সেই ভিডিঅ’ ইতিমধ্যে চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ইউক্ৰেইনৰ এই মহিলা গৰাকীৰ সাহসীকতা কামে এতিয়া ইউক্ৰেনিয়ান জনসাধাৰণক শিহৰিত কৰি তুলিছে।ৰাছিয়ান সেনাই ইউক্ৰেইনত প্ৰৱেশ কৰি ইউক্ৰেইন মহিলাগৰাকীক কি কৰি আছা বুলি সোধে।

তেতিয়াই ইউক্ৰেইন মহিলা গৰাকীয়ে ৰাছিয়ান সেনা জনক সুৰুজমুখী ফুলৰ গুটি দিয়ে।মহিলা গৰাকীয়ে কয়,”এই গুটি খিনি তোমাৰ জেপত ৰাখা য়েতিয়া ইয়াত তোমাৰ মৃত্যু হ’ব তাৰ পৰাই সুৰুজমুখী ফুলৰ গছ হ’ব”।এই সুৰুজমুখী ফুলৰ গুটি দিয়া ভিডিঅ’ ইতিমধ্যে চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Leave A Reply