Uncategorized

Amit Shah: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী। গুৱাহাটীত বিশাল ৰোডশ্ব’ত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

জনপ্ৰিয় টিভি ধাৰাবাহিক ‘বৰলাকাই’ৰ ‘কেৰপা’ৰ চৰিত্ৰত অভিনয় কৰা কবিন্দ্ৰ দাস আৰু নাই

জনপ্ৰিয় টিভি ধাৰাবাহিক 'বৰলাকাই'ৰ 'কেৰপা'ৰ চৰিত্ৰত অভিনয় কৰা কবিন্দ্ৰ দাস আৰু নাই। আজি পুৱা ৫:২৭ বজাত বৰপেটাৰ কেঞ্চাৰ হাস্পতালত মৃত্যু ঘটে অভিনেতাগৰাকীৰ।

পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ। ক’ভিড পৰিস্থিতিসদৃশ মধ্যপ্ৰাচ্যৰ যুদ্ধ

শীৰ্ষ নেতাৰ নেতৃত্বত ব্যাপক প্ৰচাৰৰ যো-জাঃ অসম-কেৰালাম দখলৰ লক্ষ্য কংগ্ৰেছৰ

শীৰ্ষ নেতাৰ নেতৃত্বত ব্যাপক প্ৰচাৰৰ যো-জাঃ অসম-কেৰালাম দখলৰ লক্ষ্য কংগ্ৰেছৰ। ৯ এপ্ৰিলত অসম আৰু কেৰালাত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

শিৱসাগৰত হ’ব বিজেপি-অগপৰ ‘বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা’

বিজেপিয়ে শিৱসাগৰ সমষ্টিৰ পৰা কুশল দুৱৰীক প্ৰক্ষেপ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মঞ্চ তৈয়াৰ কৰিছে৷

Popular