Uncategorized

পুনৰ বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

দেশত পুনৰ বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।একে কোবে প্রায় ১০০০ টকালৈ দাম বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ। ১৯ কেজিৰ প্ৰতিটো চিলিণ্ডাৰত ৯৯৩ টকাকৈ বৃদ্ধি।

এগজিট প’লঃ তামিলনাডু, কেৰালা, পুডুচেৰীত কাৰ চৰকাৰ

এগজিট প'লঃ তামিলনাডু, কেৰালা, পুডুচেৰীত কাৰ চৰকাৰঃ বুধবাৰে সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিভিন্ন প্ৰতিষ্ঠানে ঘোষণা কৰিছে এক্সিট প’ল৷

৩০ এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আৱেদনৰ ৰায়দান

৩০ এপ্ৰিলত দিব শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। ফাষ্টট্ৰেক আদালতত দুদিনীয়াকৈ সম্পন্ন হয় শুনানি।

অসমত কংগ্ৰেছ চৰকাৰ ৪০ বছৰলৈ নাহেঃ ৪ মে’ত বিজেপিয়েই চৰকাৰ গঠন কৰিব

অসমত কংগ্ৰেছ চৰকাৰ ৪০ বছৰলৈ নাহেঃ ৪ মে’ত বিজেপিয়েই চৰকাৰ গঠন কৰিব

ৰাতি শোৱাৰ পূৰ্বে এই বিশেষ জেলবিধ মুখত লগালে, ৰাতিপুৱা ছালখন জিলিকি থাকিব

ৰাতি শোৱাৰ পূৰ্বে এই বিশেষ জেলবিধ মুখত লগালে, ৰাতিপুৱা ছালখন জিলিকি থাকিব

Popular