Breaking

ভোটদান কৰি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কি ক’লে…

0 22

অখিল মাতৃ প্ৰিয়দা গগৈৰ ভোটদান।

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নি বিধানসভা সমষ্টিৰ ৬৯ নং বৰগুৰি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান কৰে বৰ্ষীয়ান মহিলা প্ৰিয়াদা গগৈয়ে।

প্ৰিয়দা গগৈ শিৱসাগৰ বিধায়ক অখিল গগৈৰ মাতৃ। সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে প্ৰিয়দা গগৈয়ে।

Leave A Reply