September 5, 2023 তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ… Share FacebookTwitterWhatsAppTelegramKooEmail তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঅঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে লতিবাৰী অঞ্চলৰ পূৱ কচুকাটা তথা ২ নং বেটাগাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী ধ্বংস কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026 প্ৰতিবাদধ্বনিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ মচি পেলোৱা ছবিয়ে দৈনন্দিন বাৰ্তা - June 19, 2026