Breaking

ভগৱানক বিশ্বাস কৰি যাবা সফল হ’বা : চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত থকা অসম সন্তান বৈজ্ঞানিক চয়ন দত্তৰ পিতৃ ৰঞ্জিত দত্ত…

0 363

অসমবাসীৰ বাবে এটি গৌৰৱৰ খবৰ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ ।চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

বৈজ্ঞানিক চয়ন দত্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

আন্তৰিকতাৰে অভিনন্দন ।

Leave A Reply