Breaking

২০২৩-২৪ পর্যটন বর্ষ আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙাত বাঢ়িছে পর্যটকৰ ভিৰ…

0 45

২০২৩-২৪ পর্যটন বর্ষ আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙাত বাঢ়িছে পর্যটকৰ ভিৰ।ঋতু পৰিবৰ্তনৰ লগে লগে কাজিৰঙাইও লৈছে দৃষ্টিনন্দন ৰূপ।

প্রকৃতিৰ শ্যামলী শোভাৰ মাজত বন্যপ্রাণীৰ বিচৰণে দৃষ্টি কাঢ়িছে পর্যটকৰ।

কেতিয়াবা যদি গঁড়ে পথ ভেটি ধৰিছে আন কেতিয়াবা হাতীৰ জাকে পথ অতিক্ৰম কৰা সুন্দৰ দৃশ্যই আপ্লুত কৰিছে দেশী বিদেশী পৰ্যটকক।

Leave A Reply