অপৰাধ

গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত যুৱকৰ ৰহস্যজনক মৃত্যু…

গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত যুৱকৰ ৰহস্যজনক মৃত্যুমৃত যুৱকজন মেহেৰ আলী মেহেৰ আলীক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ পৰিয়ালৰ পৰি পৰিকল্পিতভাবে হত্য়াৰ সন্দেহঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল পৰিয়ালৰ ইতিমধ্যে...

বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক…

বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অভিযান। অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে চলায় অভিযান । ভূটানৰ পৰা সুৰা আনি কৰি আহিছিল বটলিং। আবকাৰী বিভাগৰ অভিযানত বিনোদ প্ৰধান...

জন্মু-কাশ্মীৰত সংঘটিত ভয়ংকৰ ঘটনা ! মাতৃৰ হাতত প্ৰাণ গ’ল যমজ সন্তানৰ…

জন্মু-কাশ্মীৰত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ মাতৃৰ হাতত প্ৰাণ যায় যমজ সন্তানৰ ৷ উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী তিনি মাহ পূৰ্বে চৌদি আৰৱত কামৰ বাবে...

উত্তৰ চেন্নাইত বিএছপি নেতা আৰ্মষ্ট্ৰংৰ হত্যাকাণ্ডৰ পিছত উত্তেজনা : ৮ জনক গ্ৰেপ্তাৰ

২০২৪ চনৰ ৫ জুলাই শুকুৰবাৰে উত্তৰ চেন্নাইৰ চেম্বিয়াম আৰু পেৰামবুৰত বিএছপি নেতা কে আৰ্মষ্ট্ৰংক অচিনাক্ত লোকৰ এটা দলে হত্যা কৰাৰ পিছত উত্তেজনা বিৰাজ কৰিছিল।...

জালুকবাৰীত ড্ৰাগছসহ আটক ১

গুৱাহাটী, ৩ জুলাই : মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গোপন সূত্ৰৰ পম খেদি উত্তৰ জালুকবাৰীত অভিযান চলাই ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে ।...

Popular