Breaking

Browsing Category

জীৱনশৈলী

কাৰ্বি পাহাৰত চলিছে বন ধ্বংসৰ যজ্ঞ, নিৰ্বিকাৰ ৰাজ‍্যৰ বন বিভাগ

ৰাজ‍্য চৰকাৰৰ বন বিভাগ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মাজত বুজা-বুজিৰ অভাৱে সৃষ্টি কৰিছে নেকি জটিলতা?কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক'ৰিড'ৰৰ উচ্ছেদ ,কি প্ৰতিক্ৰিয়া ৰাজ‍্যৰ বন মন্ত্ৰীৰ?
Read More...

জালুকবাৰী-ভূতনাৰ লগতে মহানগৰীৰ বিভিন্ন শিক্ষা- -প্ৰতিষ্ঠানৰ বাহনত পৰিবহণ বিভাগৰ তালাচি

৩খন যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ ৯০খনৰ বিৰুদ্ধে গোচৰ , বিদ্যালয় কতৃপক্ষলৈ ২০ মাৰ্চৰ ভিতৰত কৰ আদায়ৰ জাননী পৰিবহণ বিভাগৰ । যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ যাৱতীয় কৰ পৰিশোধ সন্দৰ্ভত
Read More...

ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী

বিশ্বনাথ জিলাৰ ইটাখোলাতলৰ সমীপৰ ইন্দিৰা গান্দী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মজলীয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় । বিভিন্ন প্ৰকল্প নিৰ্মানৰ
Read More...

দৌল মহোৎসৱৰ পূৰ্বে বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷

দৌল মহোৎসৱক লৈ তৎপৰ বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ ৷ বৰপেটা সত্ৰলৈ যোৱা পথৰ কাষৰ ভূমি একাংশ লোকে বেদখল কৰি ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল ৷
Read More...

দাৰাগাঁৱত এছ এছ বিৰ কৃষকলৈ কৃষি সঁজুলিৰ লগতে শস্যৰ বীজ বিতৰণ

সশস্ত্র সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আজি "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ দাৰাগাওঁত উত্তৰকুছি, দাৰাগাওঁ আদি গাঁৱৰ পৰা নিৰ্বাচিত ৫০ গৰাকী কৃষকক ৰবী শস্যৰ বীজ বিতৰণ কৰাৰ লগতে কৃষক সকলক বিভিন্ন সজুলী
Read More...

তামুলপুৰৰ মটঙাপাৰ শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয়ঘন্টীয়া অখণ্ড পালনাম

তামুলপুৰৰ মটঙাপাৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয়ঘন্টীয়া অখণ্ড পালনাম। হৰি নাম কীৰ্তনত মুখৰিত তামুলপুৰৰ আকাশ বতাহ।আজি তামুলপুৰৰ মাজমজিয়াৰ মটঙাপাৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয় ঘন্টীয়া অখণ্ড পালনাম অনুষ্ঠিত হয়।আজি পুৱা পাঁচ বজাত
Read More...

ধনশ্ৰী চাহ বাগিচাত সাত বছৰীয়া কন্যাক নৃশংস হত্যা। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী আটছাৰ

ওদালগুৰি জিলাৰ মাজবাটৰ ৰাঙাপানীত এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই  ১১মাৰ্চত  মাজবাটৰ লালপানী আৰক্ষী চকীৰ অন্তৰ্গত ধনশ্ৰী চাহ বাগিছাত এগৰাকী সাত বছৰীয়া দেৱকন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলা খনতে জোকাৰি গৈছে ৷
Read More...

বজালীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

১৯৭৮ চনৰ ১২ মাৰ্চত জন্মলাভ কৰা অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। অসমৰ আন আন ঠাইৰ দৰে বজালীতো আজি সংগঠনটোৰ নেতৃবৃন্দই প্ৰতিষ্ঠা দিৱস পালন কৰে। আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে অসম
Read More...

মুছলপুৰত শীঘ্ৰেই নিৰ্মাণ হব ৫০ কোটি টকীয়া গ্ৰাম্য ক্ৰীড়া কেন্দ্ৰ :মন্ত্ৰী ইউ জি ব্ৰহ্ম

বাক্সাৰ হাৰিভাঙাত গলডিং নদীৰ ওপৰত আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ণ পুঁজিৰ অধীনত মুঠ ২ কোটি ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২৫ মিটাৰ আৰচিচি এই দলং খনৰ সৈতে পথছোৱাৰ দৈৰ্ঘ্য ৬০০
Read More...

আমগুৰিত আৰক্ষী-আবকাৰীৰ অভিযান: চুলাই ঘাটি উচ্ছেদ প্ৰশাসনৰ

পৰিণত হোৱা শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী আৰু আবকাৰী বিভাগে আজি বহুকেইটা চুলাই ঘাটি কুঠাৰে ভাঙি চুলাই ব্যৱসায় বন্ধ কৰিবলৈ অভিযান চলায় । আমগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া নাৰায়ণ বড়ো আৰু আমগুৰি আবকাৰী বিভাগে লালিম ছিগা, বৰাহীবাৰী, ন-আলি
Read More...