Breaking

Browsing Category

দুৰ্ঘটনা

ধিঙৰ কটহগুৰী বজাৰত ভয়াবহ অগ্নিকাণ্ড, কোটি‌ টকাৰ‌ ৰাজহুৱা সম্পত্তি জুইত ভস্ম

নগাঁও জিলাৰ ধিঙৰ কটহগুৰী বজাৰত শনিবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংগঠিত হয়। জানিব পৰা মতে, কটহগুৰী বজাৰত গড়কাপ্তানী বিভাগ(পথ)ৰ দ্বাৰা বিশ্ববেংকৰ অৰ্থ
Read More...

য়েমেনত ষ্টেম্পেডত ৮৫ জন লোকৰ মৃত্যু, ৩০০ৰো অধিক লোক আহত…

য়েমেনৰ ৰাজধানী ছানা চহৰৰ এখন বিদ্যালয়ত দাতব্য অনুষ্ঠানৰ সময়ত সংঘটিত হোৱা ভয়াবহ অভিযানত কমেও ৮৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি বিদ্যালয়খনত শ শ লোকে সমবেত হৈ ৫
Read More...

ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা…

ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা 1109 মালবাহী ট্ৰাক আৰু মালবাহী কণ্টেনাৰৰ মাজত মুখামুখি সংঘৰ্ষ ফলত 1109 মালবাহী ট্ৰাকখনৰ চালক কলিমুদ্দিন আহমেদ ঘৰ বৰপেটা জিলাৰ মন্দিয়াৰ বৈৰাৰপাম থিতাতে
Read More...

গোৱালপাৰাত চলন্ত ৰে’লৰ খুন্দাত ৰে’ল কৰ্মচাৰীৰ মৃত্যু

খবৰ অনুসৰি যোৱা ৪ এপ্ৰিলত অসমৰ গোৱালপাৰাত ৰে’লে খুন্দা মৰাৰ ফলত এজন ৰে’ল কৰ্মচাৰীৰ থিতাতে মৃত্যু হয়। সূত্ৰ অনুসৰি এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত
Read More...

ছিকিমত ভয়ংকৰ হিমস্খলন, ৬ জন লোকৰ মৃত্যু

মঙলবাৰে ছিকিমত হোৱা হিমস্খলনত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন পৰ্যটক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।  Avalanches, Sikkim
Read More...

GMCHত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড। তথ্য অনুসৰি, পুৰণি বিল্ডিং কমপ্লেক্সৰ প্ৰথম মহলাৰ পেথ’লজী ইউনিটত সন্ধিয়া প্ৰায় ৫:৩০
Read More...

ধুবুৰী জিলাৰ চাপৰত পথ দুৰ্ঘটনাত নিহত দুগৰাকী লোক…

প্ৰাথমিক খবৰ অনুসৰি যোৱা নিশা অসমৰ ধুবুৰী জিলাৰ চাপাৰ চহৰৰ ছালকোছা ব্লকত সংঘটিত হয় এই ঘটনা। দৰ্শকে উল্লেখ কৰে যে দুচকীয়া বাহনখনে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত আৰোহীসকলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰি দুৰ্ঘটনা সংঘটিত কৰে।
Read More...

ডিব্ৰুগড়ৰ কছাৰী ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ কছাৰী(পূজা )ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। উক্ত মৃতদেহটো চন্তোশ নামৰ এজন ব্যক্তিয়ে কৰ্ম স্থলিৰ পৰা নিজ গৃহলৈ বুলি গৈ থকোতে প্ৰত্যক্ষ কৰি মৃতদেহটো পাৰলৈ লৈ আহি আৰক্ষী প্ৰশাসনক খবৰ দিয়ে।
Read More...

মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা; সংকটজনক অৱস্থাত তিনিজনক GMCH লৈ প্ৰেৰণ

মুকালমুৱাৰ খালিহাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন দুচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত দুয়োখন বাইকৰে তিনিজন
Read More...