Breaking

Browsing Category

দুৰ্ঘটনা

অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনাৰ দুই পাইলট…

অৰুণাচল প্ৰদেশত সংঘটিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই পাইলট। ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ লেফটেনেন্ট কৰ্ণেল ভি ভি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত।
Read More...

চানমাৰিত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, দপদপকৈ জ্বলি উঠিছে যাত্ৰীবাহী ৰে’লৰ ডবা…

মহানগৰীৰ চানমাৰিত চলন্ত ৰে'লত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। নামনিমুৱা যাত্ৰীবাহী ৰে'লত এই অগ্নিকাণ্ড সংঘটিত হৈছে। তথ্য অনুসৰি ট্ৰেইনখন বাংগালুৰৰ পৰা গুৱাহাটিলৈ ধুবলৈ
Read More...

জুইত সর্বস্বান্ত হ’ল মানকাচৰ ভাটি ঝগৰাৰচৰৰ এটি পৰিয়াল

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ঝগৰাৰচৰ গাঁও পঞ্চায়তৰ ভাটি ঝগৰাৰচৰ গাঁৱৰ ইছৰাফিল হকৰ ঘৰত শেষ নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা আনুমানিক ৩-৩০ মান বজাত পৰিয়ালৰ লোকে জুইৰ
Read More...

ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল বিলাসী বাহন; ফেৰীত উঠোৱাৰ সময়তে অঘটন

ফেৰীত উঠোৱাৰ সময়তে অঘটন,ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল বিলাসী বাহন। ৰং উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে নিমাতি ঘাটত ঘটিল অঘটন৷ যোৰহাটৰ নিমাতি ঘাটত অঘটন৷
Read More...

তুৰ্কীৰ ভূমিকম্পত ১.৫ নিযুত লোক গৃহহীন, ৫,০০,০০০ ঘৰ কৰিব লাগিব পুনৰ নিৰ্মাণ: ৰাষ্ট্ৰসংঘ

প্ৰকৃতিৰ ৰুদ্ধ ৰূপে ধ্বংস স্তুপত পৰিণত কৰা তুৰস্কত আজিও মানুহৰ আৰাওৰ অন্ত পৰা নাই৷ এনে সময়তে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (ইউএনডিপি) এজন বিষয়াই অনুমান কৰিছে যে শেহতীয়া ভূমিকম্পৰ ফলত তুৰস্কত ১.৫ নিযুত লোক গৃহহীন হৈ পৰিছে আৰু দেশখনৰ
Read More...

ধিঙত শোকাবহ পথ দুৰ্ঘটনা! এজন ছাত্ৰ থিতাতে নিহত; আন এজনৰ অৱস্থা সংকটজনক!

ধিং মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মহাবিদ্যালয় খনৰ এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আন এজন ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়৷ নিহত ছাত্ৰজন ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দ্বিতীয়
Read More...

গুৱাহাটীৰ খ্ৰীষ্টান বস্তি অঞ্চলৰ এটা অট্টালিকাত অগ্নিকাণ্ড সংঘটিত…

গুৱাহাটীৰ খ্ৰীষ্টান বস্তি অঞ্চলৰ এটা অট্টালিকাৰ পাৰ্কিং লটত শনিবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবাখনো বাহন আগ্নেয়গিৰি হোৱাৰ খবৰ পোৱা গৈছে। তথ্য অনুসৰি
Read More...

ভাৰতীয় সেনাই প্ৰকৃতিয়ে বিধ্বস্ত কৰা তুৰস্কত স্থাপন কৰিব ফিল্ড হাস্পতাল

মধ্য প্ৰাচ্যৰ দেশ চিৰিয়া আৰু তুৰস্কত প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাৰ পিছত ভাৰতৰ সহায়ৰ হাত৷ ভাৰত চৰকাৰে ভূমিকম্পই ধ্বংস কৰা তুৰস্কলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। উদ্ধাৰকাৰীৰ লগত প্ৰেৰণ কৰিছে খাদ্য
Read More...

গোলাঘাট জিলাত এশিঙীয়া গঁড়ৰ আক্ৰমণত আহত দুই বন বিষয়া…

আজি পুৱাৰে পৰা খঙাল গঁড়টোৱে বিধ্বংসী ৰূপ ধাৰণ কৰি থকা মহিমা গাওঁৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে।শুকুৰবাৰে পুৱা অসমৰ গোলাঘাট জিলাত এশিঙীয়া গঁড়ৰ আক্ৰমণত দুজন বন বিষয়া গুৰুতৰভাৱে আহত হয়।
Read More...