Breaking

Browsing Category

দুৰ্ঘটনা

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা দেওবাৰে নিশা গাড়ী দুৰ্ঘটনাত পতিত হৈ আহত হয়…

দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হাজৰিকাক ভাঙি যোৱা গাড়ীৰ পৰা নামিবলৈ সহায় কৰে সেই স্থানত উপস্থিত স্থানীয় ৰাইজে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা দেওবাৰে নিশা তেওঁৰ গাড়ী দুৰ্ঘটনাত পতিত হৈ আহত হয়।
Read More...

লক্ষ্ণৌৰ হোটেল বিস্ফোৰণৰ ফলত ১০ জন আহত…

শুকুৰবাৰে লক্ষ্ণৌৰ কৃষ্ণ নগৰ অঞ্চলৰ এখন হোটেলত সংঘটিত হোৱা বিস্ফোৰণত ১০ জনৰো অধিক লোক আহত হয়। হোটেল এম্পোৰিয়া গ্ৰেণ্ডৰ পাকঘৰত সংঘটিত হয় এই ঘটনা।
Read More...

যোৰাবাটৰ ৯ মাইল দূৰত্বত এখন বজাৰ এলেকাত বৃহৎ অগ্নিকাণ্ড সংঘটিত…

শনিবাৰে পুৱা যোৰাবাটৰ ৯ মাইল দূৰত্বত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডত কমেও ২০খন দোকান ছাইলৈ পৰিণত হয়।এখন বজাৰ এলেকাত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সূত্ৰই জনায়।
Read More...

ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ঘৰত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই…

ত্ৰিপুৰাত নতুন বছৰৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগেয়ে উত্তৰ-পূব ভাৰতৰ এই ৰাজ্যখন উত্তপ্ত হৈ পৰিছে। এইবাৰ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ঘৰত দুৰ্বৃত্তই আক্ৰমণ চলাইছে। ঘৰত অগ্নিসংযোগৰ ঘটনা ঘটিছে। বিধ্বস্ত
Read More...

একপক্ষীয় প্ৰেমিকা উৰ্বশী ৰৌতেলা‌ই কান্দোনত ভাঙি পৰিল ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি…

কান্দোনত ভাঙি পৰিল উৰ্বশী ৰৌতেলা । ক্ৰিকেটাৰ ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি মূৰ ঘূৰাই পৰি গ'ল অভিনেত্ৰী গৰাকী । দীৰ্ঘদিনৰ পৰা
Read More...

এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পণ্ট

গাড়ী দুৰ্ঘটনাত ঋষভ পন্তৰ এখন ভৰি ভাঙি যায়, ক’ত ক’ত আঘাত পাইছে জানক-শুকুৰবাৰে পুৱা ৫.৩০ বজাত ডিভাইডাৰত প্ৰৱেশ কৰে ঋষভ পণ্টৰ গাড়ী। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে পণ্ট। শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টৰ গাড়ী দুৰ্ঘটনাত
Read More...

তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ‘ৰোড শ্ব’ৰ…

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ‘ৰোড শ্ব’ৰ সময়ত সংঘটিত পদপিষ্টৰ ঘটনাত কমেও ৮ জন লোক নিহত হৈছে। এই ঘটনাত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। বুধবাৰে নিশা দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ
Read More...

বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা নাৱেৰে পলায়ন কৰা ১৮০ জন যাত্ৰীৰ নাও ডুব গৈছে মহাসাগৰৰ বুকুত…

বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা নাৱেৰে পলায়ন কৰা ১৮০ জন যাত্ৰীৰ নাও ডুব গৈছে মহাসাগৰৰ বুকুত। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই আশংকা কৰা মতে সাগৰ তলি ইতিমধ্যে পোত খাই গৈছে ডুবন্ত নাওখন। সাগৰৰ বুকুত নাওখনৰ ১৮০ গৰাকী যাত্ৰীয়েই সলিল সমাধি ঘটিছে
Read More...

আমেৰিকা আৰু কানাডাত অত্যাধিক বৰফ জমা হোৱাৰ হোৱাৰ বাবে ৩৮জন লোকৰ মৃত্যু…

৩৮ জন লোকৰ মৃত্যুৰ সৈতে আৰ্কটিকৰ ভয়াৱহ জমা হোৱাৰ সম্পৰ্ক আছে যিয়ে আমেৰিকা আৰু কানাডাক অব্যাহত ৰাখিছে। বিষয়াসকলে জনোৱা মতে, সমগ্ৰ আমেৰিকাত ৩৪ জন লোকৰ মৃত্যু হৈছে আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলটো হৈছে নিউয়ৰ্ক ৰাজ্যৰ বাফেলো চহৰ।
Read More...

মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনৰ লিফ্টত আৱদ্ধ হৈ পৰে  ২০ জনকৈ যাত্ৰী…

বুধবাৰে মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনৰ লিফ্টত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি। ষ্টেশ্যনটোৰ যাত্ৰী কঢ়িওৱা লিফ্ট বিকল হৈ আৱদ্ধ হৈ পৰে  ২০ জনকৈ যাত্ৰী। যান্ত্ৰিক সমস্যাৰ বাবে মাজ বাটত আবদ্ধ হৈ পৰে লিফ্ট। আধাঘন্টা ধৰি লিফ্টৰ ভিতৰতে আৱদ্ধ হৈ
Read More...