Breaking

Browsing Category

ন্যায়

দিল্লী উচ্চতম ন্যায়ালয়ৰ ভাৰতপেৰ প্ৰাক্তন এম ডি অশ্বনীৰ গ্ৰভাৰক চৰ্ত সাপেক্ষে আমেৰিকালৈ যাবলৈ…

ভাৰতৰ সহ-প্ৰতিষ্ঠাপক অশ্বনীৰ গ্ৰ’ভাৰ আৰু তেওঁৰ পত্নী মাধুৰী জৈন গ্ৰ’ভাৰক দিল্লী উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে আমেৰিকালৈ যাবলৈ অনুমতি দিয়ে। আমেৰিকা ভ্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে নিৰাপত্তা হিচাপে ৮০ কোটি টকা জমা কৰাৰ নিৰ্দেশ জাৰি কৰিছে আদালতে।
Read More...

গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি চৰম সিদ্ধান্ত লােৱাৰ…

গোৱালপাৰা সৈনিক স্কুলৰ মেধাৱী ছাত্ৰ ডিমাকুছিৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি আত্মহত্যা টংলাৰ জয়শ্ৰী ডেকা শৰ্মা আৰু প্ৰেমিকা নিশিগন্ধা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমাকুছিৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰক্ৰান্ত কৰি
Read More...

ধিঙৰ আঠগাঁও বৰনামঘৰত মানসিকভাৱে অসুস্থ যুৱক জিতু বৰাক প্ৰহাৰ…

ধিঙৰ আঠগাঁও বৰনামঘৰত মানসিকভাৱে অসুস্থ যুৱকক প্ৰহাৰ। উপাসনাস্থলীতে জিতু বৰা নামৰ যুৱকজনৰ ভাঙিলে কেইবাটাও দাঁত।
Read More...

চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত আহত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ! ঘটনা সন্দৰ্ভত থানাত…

ধেমাজি জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুৰ নিকৃষ্ট কৰ্ম কাণ্ডই কলেজখনৰ সন্মান মৰ্যদা লাঘৱ হোৱাৰ এক বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিলাপথাৰত। শিক্ষাৰ পোহৰ বিলোৱা
Read More...

শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতনৰ অভিযোগ চিলাপথাৰ ডন’বস্ক হাইস্কুলৰ এগৰাকী…

শিক্ষাৰ নামত তালিবানি শাস্তি ব্যক্তিগত খ্ৰীষ্টান মিছনেৰী স্কুলত। শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতন চলিছে চিলাপথাৰ ডন'বস্ক হাইস্কুলত। তেনেই এক অভিযোগ তুলিছে এগৰাকী ছাত্ৰীৰ অভিভাৱকে। অভিযোগমতে স্কুলখনৰ ছাত্ৰী তনুশ্ৰী নাথ (৭)ৰ
Read More...

চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ…

নামভৰ্তি পৰীক্ষাত বহিবলৈ যোৱা ছাত্ৰক তালাচীৰ নামত লগুণ খুলি পেলোৱাৰ অভিযোগ। পাটাছাৰকুছিৰ পৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত প্ৰৱেশ পৰীক্ষা দিবলৈ অহা ছাত্ৰৰ সৈতে সংঘটিত হ'ল এই অনাকাংক্ষিত ঘটনা।ঘটনা হোৱাৰ পিছত অস্বীকাৰ অধ্যক্ষৰ। কেন্দ্ৰীয়
Read More...

পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আচঁনি ২৪ চনৰ ভিতৰত জনসাধাৰনক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰা সপোনৰ আচঁনি জলজীৱন মিচনৰ জৰীয়তে জনস্বাস্ব্য কাৰিকৰী বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে সৰুপথাৰৰ প্ৰতিখন গাৱতে এই আচঁনিৰ কাম
Read More...

ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…

দুমাহে কোনো সন্ধান ওলোৱা নাই নিৰুদ্দেশ হোৱা অনিমা ৰায়ৰ । ইয়াকেলৈ অঞ্চল জুৰি শোকৰ ছাঁ ।ধুবুৰী জিলাৰ চৰাইখোলা গাঁওৰ ৰবীন্দ্ৰ নাথ ৰায়ৰ পত্নী আছিল অনিমা ৰায় । অনিমাৰ দুটা কণমানি ছোৱালী এৰি অনিমা কলৈ গল আজিও পৰিয়ালে নাপালে কোনো সন্ধান ।
Read More...

শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…

শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকীৰ মূৰত আঘাত কৰে শিক্ষক ধনঞ্জয়ে। জ্ঞান হেৰুৱাই মাটিত ঢলি পৰে ছাত্ৰীগৰাকী।
Read More...