মৃত্যু

তুৰস্ক-ভূমিকম্পই বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে…

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানৰ আশংকাই সত্য হ’ল। ভূমিকম্প বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে। ৬ ফেব্ৰুৱাৰীত ৰিখটাৰ স্কেলত ৭.৮ জোখৰ...

শোণিতপুৰৰ মিটছাপ্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা ! দুৰ্ঘটনাটোত থিতাতে নিহত ৫ জনকৈ লোক…

শোণিতপুৰৰ মিটছাপ্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত পৰিল বাহন। দুৰ্ঘটনাটোত থিতাতে নিহত ৫ জনকৈ লোক। নিহত দ্বীপেন বৰা, বিদ্যুত্‍ নাথ,...

আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শ্বাহ আলম; আৰক্ষীৰ জালত দলটোৰ অন্যতম অভিযুক্ত হৰেণ পাটগিৰি

সমগ্ৰ ৰাজ্য কপাই যোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰৰ এনকাউন্টাৰৰ পিছতেই এইবাৰ মহানগৰ আৰক্ষীৰ জালত পৰিল দলটোৰ অন্যতম অপৰাধী হৰেণ পাটগিৰি। কেৱল এটা...

নগৰবেৰাৰ পলাহৰটাৰীত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ

মৃত লোকজন ধুবুৰী জিলাৰ কঠলামাৰী চৰৰ কৰ্মসূত্ৰে আছিল নগৰবেৰাৰ পলাহৰটাৰী বজাৰত৷ বাঁহ-বেতৰ কামৰ লগত জড়িত আছিল মৃত লোক জন৷ আন দিনাৰ দৰে যোৱা নিশাও নিজৰ কৰ্ম...

ডবকা ভেলৌগুৰিত বাসগৃহত অগ্নি কাণ্ডৰ ফলত জীৱম্তে অগ্নি দগ্ধ হৈ মহিলাৰ কৰুণ মৃত্যু

হোজাই মহকুমাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ভেলৌগুৰি আদৰ্শ গাৱত আজি পুৱা পাচ বজাত অগ্নি কাণ্ডৰ ফলত এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই চাঞ্চল্যৰ...

Popular