দুৰ্ঘটনা

নাজিৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু ! দুজন গুৰুতৰ ভাৱে আহত…

নাজিৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । এজনৰ মৃত্যু,গুৰুতৰ ভাৱে আহত দুজন । Pulser ২০০ আৰু হোণ্ডা CB ১২৫ ৰ মাজত মুখামুখি সংঘৰ্ষ। তিনিজন গুৰতৰ...

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত। আহতসকলক ততাতৈয়াকৈ GMCH লৈ প্ৰেৰণ।

চিৰাঙৰ সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটী আৰোহী…

চিৰাঙৰ সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। স্কুটী আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ। গীতাঞ্জলি নামৰ বাছখনে মহটিয়াই নিয়ে স্কুটীখন। দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটী...

হাটশিঙিমাৰীৰ পথ দুৰ্ঘটনাত গৰুভৰ্তি তীব্ৰবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা…

হাটশিঙিমাৰীত শোকাৱহ পথ দুৰ্ঘটনা। গৰুভৰ্তি তীব্ৰবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা। পুৱা খোজ কাঢ়ি থকাৰ সময়তে মহিলাগৰাকীক মহটিয়াই নিয়ে বাহনখনে। দুৰ্ঘটনাত বাহনখনত থকা এটা...

জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…

জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। দ পিতনিত সোমাই পৰিল বাছখন। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা বাছখনৰ ৪০গৰাকী যাত্ৰীৰ।

Popular